Unikleen - teok

Call Directions Website Contact the business

Unikleen - teok Dry clean and Laundry

পোহৰৰ উৎসৱ দীপাৱলীয়ে আপোনাৰ জীৱনলৈ কঢ়িয়াই আনক সুখ, শান্তি, সমৃদ্ধি আৰু নতুন আশাৰ পোহৰ। সকলোলৈকে দীপাৱলীৰ আন্তৰিক শুভে...
08/11/2026

পোহৰৰ উৎসৱ দীপাৱলীয়ে আপোনাৰ জীৱনলৈ কঢ়িয়াই আনক সুখ, শান্তি, সমৃদ্ধি আৰু নতুন আশাৰ পোহৰ। সকলোলৈকে দীপাৱলীৰ আন্তৰিক শুভেচ্ছা। 🪔

🙏
06/11/2026

🙏

02/11/2026

আগতীয়াকৈ শীতৰ কাপোৰৰ যত্ন লওঁক আৰু নতুনৰ দৰে উজ্জ্বল কৰি ৰাখক।

17/10/2026
❄️ কম্বল হওঁক পৰিষ্কাৰ, ✨ আৰাম হওঁক দুগুণ মিঠা!আপোনাৰ মৰমৰ কম্বলখনৰ যত্ন লওক, Blanket Dry Cleaning-ৰ বাবে আহক UNIKLEEN-ল...
14/10/2026

❄️ কম্বল হওঁক পৰিষ্কাৰ, ✨ আৰাম হওঁক দুগুণ মিঠা!আপোনাৰ মৰমৰ কম্বলখনৰ যত্ন লওক, Blanket Dry Cleaning-ৰ বাবে আহক UNIKLEEN-লৈ। 🧺💚
📍 স্থান: Teok বাঘ মাৰ্কেট UNIKLEEN — A TOTAL CLEANING SOLUTION

12/10/2026

Unikleen❤️
📍 Location: Opposite Bora Bojar, Bagh market Teok
📍 স্থান: ব'ৰা বজাৰৰ সন্মুখত, বাঘ মাৰ্কেটত

♨️ আধুনিক Steam Iron সেৱাৰে কাপোৰক দিয়ক পৰিপাটি ৰূপ।💚 UNIKLEEN DRY CLEAN LAUNDRY📍 স্থান: টীয়ক, বাঘ মাৰ্কেটআপোনাৰ কাপোৰ...
12/10/2026

♨️ আধুনিক Steam Iron সেৱাৰে কাপোৰক দিয়ক পৰিপাটি ৰূপ।
💚 UNIKLEEN DRY CLEAN LAUNDRY
📍 স্থান: টীয়ক, বাঘ মাৰ্কেট
আপোনাৰ কাপোৰৰ যত্নত আমি সদায় আপোনাৰ কাষত

All kind of jackets dry clean here.At Unikleen teok❤️contact us 7086463211
11/10/2026

All kind of jackets dry clean here.
At Unikleen teok❤️
contact us 7086463211

শাৰদীয় আকাশত কঁহুৱাৰ মিচিকি হাঁহি,নিয়ৰসনা পুৱাত শেৱালিৰ সুবাস বিয়পি পৰে চৌদিশে।মা দুৰ্গাৰ আগমনৰ বতৰা লৈ আহে পবিত্ৰ মহ...
09/10/2026

শাৰদীয় আকাশত কঁহুৱাৰ মিচিকি হাঁহি,
নিয়ৰসনা পুৱাত শেৱালিৰ সুবাস বিয়পি পৰে চৌদিশে।
মা দুৰ্গাৰ আগমনৰ বতৰা লৈ আহে পবিত্ৰ মহালয়া,
আশা, আনন্দ আৰু নতুন সপোনেৰে ভৰি পৰক প্ৰতিটো হৃদয়। 🙏
সকলোলৈকে মহালয়াৰ আন্তৰিক শুভেচ্ছা। ❤️

Address

Jorhat
Teok
785112

Alerts

Be the first to know and let us send you an email when Unikleen - teok posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Unikleen - teok:

Shortcuts

Share

Category

Nearby gyms & sports facilities