Sports Valley FC Teok

Sports Valley FC  Teok Promoted Multiple Sports

Located:Teok, Jorhat(Assam)

  are the Champion #Sports Valley  স্প'ৰ্টচ ভেলী Bumon Saikia Bitul Footballr Babu Manash Debajit Borah Manakh Jyoti Bor...
12/12/2022

are the Champion #

Sports Valley স্প'ৰ্টচ ভেলী
Bumon Saikia
Bitul Footballr
Babu Manash
Debajit Borah
Manakh Jyoti Borgohain

Rupjyoti Kurmi
Jitu Borgohain

বিগত সময়ৰ আপোনালোকৰ মৰম-স্নেহ আৰু আৰ্শীবাদ শিৰত লৈ আপোনালোকৰ মৰমৰ তথা প্রিয় Sports Valley FC  Teok  য়ে এই বৰ্ষত অসমৰ অন্...
01/06/2022

বিগত সময়ৰ আপোনালোকৰ মৰম-স্নেহ আৰু আৰ্শীবাদ শিৰত লৈ আপোনালোকৰ মৰমৰ তথা প্রিয় Sports Valley FC Teok য়ে এই বৰ্ষত অসমৰ অন্যতম যোৰহাট ক্ৰীড়া সন্থাৰ দ্বাৰা যোৰহাট ভিত্তিত আয়োজিত পেছাদাৰী ফুটবল লীগৰ আৰম্ভণি হিচাপে C ডিভিজন লীগত অংশগ্ৰহণৰ বাবে ন-ৰূপত সাজু হৈছে।

আমাৰ আশা এই কঠিন যাত্ৰা পথত আপোনালোকৰ সহাঁৰিয়ে আমাক অসমৰ পেছাদাৰী ফুটবল জগতখনলৈ কিছু সম্ভাৱনাময় যুৱ প্ৰতিভা লৈ আগুৱায় যোৱাত সহায় কৰিব।

অন্যহাতে, আমাৰ দলত অন্তৰ্ভুক্ত কৰিবৰ বাবে আমি যোৰহাটৰ ভিতৰৰ নৱ প্ৰজন্মৰ ফুটবল প্ৰতিভাৰ সন্ধান কৰি আছো। আমাক বৰ্তমান এনেধৰণৰ নতুন খেলুৱৈৰ প্ৰয়োজন যি বৰ্তমান অন্য কোনো দল বা ক্লাৱ ৰ লগত জড়িত নহয়। যদি কোনো ইচ্ছুক খেলুৱৈ আমাৰ দলত যোগদান কৰিব বিচাৰে তেতিয়া আমাৰ লগত পোনপটীয়াকৈ যোগাযোগ কৰিব।

Upcoming Tournament of Sports Valley FC  Teok . Our Best Wishes to FCC Gargoan for this Event.and We thankful for Inviti...
16/11/2021

Upcoming Tournament of Sports Valley FC Teok . Our Best Wishes to FCC Gargoan for this Event.and We thankful for Inviting us.

টীয়কৰ অগ্ৰণী অনুষ্ঠান পীড়াকটা ক্ৰীড়া সন্থাই আয়োজন কৰা চলন্ত ট্ৰফী ও প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা ৰ আজি চূড়ান্ত খেলত প্ৰত...
02/11/2021

টীয়কৰ অগ্ৰণী অনুষ্ঠান পীড়াকটা ক্ৰীড়া সন্থাই আয়োজন কৰা চলন্ত ট্ৰফী ও প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা ৰ আজি চূড়ান্ত খেলত প্ৰতিপক্ষ JAMUGURI FC ক 2-0 গল ৰ ব্যৱধানত পৰাজিত কৰি জয়ৰ খিতাপ দখল কৰিবলৈ সক্ষম হয়।
আজিৰ খেলত দলৰ হৈ স্কৰ কৰে ক্ৰমে...চন্দন নেওগ আৰু বুমন শইকীয়াই।

দলৰ তৰফৰ পৰা প্ৰতিজন খেলুৱৈ, মেনেজমেণ্ট তথা আয়োজক সমিতিক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো।

Sports Valley FC Teok Long Live
Sports Valley স্প'ৰ্টচ ভেলী

30/10/2021

We Sports Valley FC Teok entered Final on today at Pirakata Football Tournament.

Final match held on 2nd Nov(Tuesday)
With Jamuguri FC.

Organized by: Pirakata Sports Association.

বৰবাম চাহ বাগিচাত অসম যুৱ পৰিষদে আয়োজন কৰা আমন্ত্ৰণমূলক প্ৰাইজমাণি ফুটবল প্ৰতিযোগিতা খনিৰ আজি অনুষ্ঠিত প্ৰথমখন খেলত SPOR...
30/09/2021

বৰবাম চাহ বাগিচাত অসম যুৱ পৰিষদে আয়োজন কৰা আমন্ত্ৰণমূলক প্ৰাইজমাণি ফুটবল প্ৰতিযোগিতা খনিৰ আজি অনুষ্ঠিত প্ৰথমখন খেলত SPORTS VALLEY FC য়ে আমগুৰিৰ বাঘজান এফ.চি ক 2-0 ৰ ব্যৱধানত পৰাজিত কৰি পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ কৰিছে।

We are going to Playing the First Tournament of the Season.Thank you Asom Yuva Parishad  and Borbam A.C.M.S for Inviting...
10/09/2021

We are going to Playing the First Tournament of the Season.
Thank you Asom Yuva Parishad and Borbam A.C.M.S for Inviting Us.

Previous Year♥️♥️
06/09/2021

Previous Year♥️♥️

Address

A. T Road Teok
Teok
785112

Alerts

Be the first to know and let us send you an email when Sports Valley FC Teok posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share