Bandarguri sports club

Bandarguri sports club Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Bandarguri sports club, Sports Team, Udalguri.

हालैमा भएको DRONA REGMI MEMORIAL DAY NIGHT CRICKET TOURNAMENT को सम्पूर्ण आय र व्यय को सूची यस प्रकार ले आएको छ र हाम्रो...
09/04/2024

हालैमा भएको DRONA REGMI MEMORIAL DAY NIGHT CRICKET TOURNAMENT को सम्पूर्ण आय र व्यय को सूची यस प्रकार ले आएको छ र हाम्रो बृहत भेक बाट आएको अनुदान रकम को सूची भोलि प्रकाश हुँदैछ ।।। सबै महानुभाव हरूलाई समिति ले आन्तरिक धन्यवाद ज्ञापन गरिन्छ।।।

Drona Regmi Memorial Cricket Tournament management commitee, BANDARGURI. 2023-24.

20/03/2024

Thank you NEA ♥️🙏

বান্দৰগুৰি স্প'ৰ্টছ ক্লাবৰ উদ্যোগত অনুষ্ঠিত হোৱা পাঁচ দিনীয়া কাৰ্য্যসূচীৰে "দ্ৰোনা ৰেগমি চেত্ৰী সোঁৱৰণী (Day Night)ক্ৰি...
20/03/2024

বান্দৰগুৰি স্প'ৰ্টছ ক্লাবৰ উদ্যোগত অনুষ্ঠিত হোৱা পাঁচ দিনীয়া কাৰ্য্যসূচীৰে "দ্ৰোনা ৰেগমি চেত্ৰী সোঁৱৰণী (Day Night)ক্ৰিকেট প্ৰতিযোগিতা খন যোৱা কালি সফল সামৰণি হয় ।ইয়াত ওদালগুৰি জিলাৰ লগতে বাহিৰৰ পৰাও বহু কেইটা দলে অংশগ্ৰহণ কৰে। আৰু আমাক এই খেলখনত বিশেষ ভাৱে সহায় আগবঢ়াই ৮ নং দৰং লোকসভা সমষ্টিৰ মাননীয় সাংসদ তথা ৪ নং দৰং - ওদালগুৰি লোকসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টীৰ মনোনীত পাৰ্থি শ্ৰীযুত দিলীপ শইকীয়া ডাঙৰীয়া , ওদালগুৰি বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক তথা বি. টি. আৰ. উপ-মুখ্য কাৰ্য্যবাহী সদস্য শ্ৰীযুত গোৱিন্দ চন্দ্ৰ বসুমতাৰী ডাঙৰীয়া, বি .টি. আৰ.কাৰ্য্যবাহী সদস্য আমাৰ মৰমৰ সঞ্জিত তাঁতী ডাঙৰীয়া , আৰু অসম চৰকাৰৰ মাননীয় প্ৰাক্তন মন্ত্ৰী শ্ৰীযুত ৰিহোন দৈমাৰী ডাঙৰীয়া , আমি সমিতিৰ তৰফৰ পৰা সকলোলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।
কৰ্ণ চেট্ৰি (সভাপতি)
পুষ্পা ৰেগমী (সাধাৰণ সম্পাদক)
সুৰজ উপাধ্যায় (কাৰ্য্যকৰী সভাপতি)

Come on come all
10/03/2024

Come on come all

Address

Udalguri

Website

Alerts

Be the first to know and let us send you an email when Bandarguri sports club posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category