08/06/2023
বিগত বৰ্ষৰ দৰে এই বৰ্ষতো সাম্প্ৰতিক ডান্স একাডেমী আৰু য়ুমে ভাইৱ ডান্স একাডেমীয়ে তিতাবৰত এটি গ্ৰীষ্মকালীন নৃত্যৰ কৰ্মশালা আয়োজন কৰিছোঁ।গতিকে যি সকল ইচ্ছুক ছাত্ৰ ছাত্ৰীয়ে এই কৰ্মশালাত অংশগ্ৰহণ কৰিম বুলি ভাবিছে তেওঁলোকক আমাৰ লগত আগতীয়াকৈ যোগাযোগ কৰিবলৈ অনুৰোধ জনালোঁ। আৰু তিতাবৰ সকলো ৰাইজৰ সহায় সহযোগিতা কামনা কৰিলোঁ লগতে সকলোকে নিমন্ত্ৰণ জনালোঁ ।