28/07/2026
যোৱা ২৬ জুলাই, ২০২৬ (দেওবাৰে) আমাৰ "এ, জি, আৰ, আৰ, সমন্বয় সংঘ"ৰ বিষয়ববীয়া তথা সদস্যসকলৰ এক নিষ্ঠাপূৰ্ণ প্ৰচেষ্টা আৰু নিজা বৰঙণিৰে আমি শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বানপীড়িত ৰাইজৰ কাষত উপস্থিত হৈ সাহায্য সামগ্ৰী বিতৰণ কৰোঁ।
কেৱল আমাৰ সংঘই পোনপটীয়াকৈ বানপীড়িত ৰাইজক সাহায্য প্ৰদান কৰাই নহয়, এই সংকটৰ মুহূৰ্তত যিসকল উদাৰ ব্যক্তিয়ে বানপীড়িত ৰাইজক সহায় কৰিবলৈ আগবাঢ়ি আহিছে, তেওঁলোককো আমাৰ সংঘৰ ফালৰ পৰা সাহায্য সামগ্ৰীৰ লগতে আৰ্থিক অনুদান প্ৰদান কৰা হৈ