Lone wolf martial arts and yoga Academy

Lone wolf  martial arts and yoga Academy Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Lone wolf martial arts and yoga Academy, Martial Arts School, Tinsukia.

04/02/2026

আমাৰ বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ অংকিত বড়াই "4th north east kick boxing championship 2026" Shillong meghalaya,ত দ্বিতীয় স্থান 🥈 লাভ কৰি বিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

ছাত্ৰ জনলৈ বিদ্যালয়ৰ পৰিয়ালৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰাৰ লগতে উজ্বল ভৱিষ্যত কামনা কৰিলোঁ।

04/02/2026

আমাৰ নিকেতনৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ যুৱৰাজ নেওগে মেঘালয়ৰ শ্বিলঙত অনুষ্ঠিত হোৱা "𝟒𝐭𝐡 𝐍𝐨𝐫𝐭𝐡 𝐄𝐚𝐬𝐭 𝐊𝐢𝐜𝐤 𝐁𝐨𝐱𝐢𝐧𝐠 𝐂𝐡𝐚𝐦𝐩𝐢𝐨𝐧𝐬𝐡𝐢𝐩 𝟐𝟎𝟐𝟔" ত ব্ৰঞ্জৰ পদক 🥉 লাভ কৰি নিকেতনৰ লগতে কাকপথাৰ ‌অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।
ছাত্ৰ গৰাকীলৈ নিকেতনৰ পৰিয়ালবৰ্গৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ।

04/02/2026
🔥 ADMISSION GOING ON NOW 🔥Kids • Teens • Adults🎊 NEW YEAR SPECIAL OFFER 🎊✨ GET 50% OFF ON ADMISSION ✨
12/01/2026

🔥 ADMISSION GOING ON NOW 🔥
Kids • Teens • Adults
🎊 NEW YEAR SPECIAL OFFER 🎊
✨ GET 50% OFF ON ADMISSION ✨

08/08/2025
02/03/2025

Chao Dipankar Baruah

20/02/2025

Address

Tinsukia
786152

Website

Alerts

Be the first to know and let us send you an email when Lone wolf martial arts and yoga Academy posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share