কৰুণাময়ী নৃত্য নিকেতন, ডিপোটা, শোণিতপুৰ

  • Home
  • India
  • Tezpur
  • কৰুণাময়ী নৃত্য নিকেতন, ডিপোটা, শোণিতপুৰ

কৰুণাময়ী নৃত্য নিকেতন, ডিপোটা, শোণিতপুৰ An Institutional Hub for Classical, Semi-Classical, Modern & Bihu Dance..

16/11/2025

কৰুণাময়ী নৃত্য নিকেতনৰ ছাত্ৰীসকল কৃষ্ণৰ লগত পৰি ৰূপত নৃত্য💕

16/11/2025

কৰুণাময়ী নৃত্য নিকেতনৰ ছাত্ৰীসকল কলিতা গাৱঁৰ ৰাসত নৃত্য প্ৰদৰ্শন ৰাধাৰ সৈতে💕

05/10/2025

কৰুনাময়ী নৃত্য নিকেতনৰ ছাত্ৰী সকলৰ দ্বাৰা পৰিবেশিত পাৰিজাত হৰণ নাট খন উপভোগ কৰিবলৈ সকলোকে সাদৰৰে আমন্ত্ৰণ জনালোঁ।
স্থান - ডিপোটা শইকীয়া চুবুৰী নামঘৰ
সময় - নিশা ৯ বজাত

কৰুণাময়ী নৃত্য নিকেতনৰ ছাত্ৰী প্ৰণিতাই ramdhenu 5g ত নৃত্য প্ৰতিযোগীতাত "Super Talent Award" পাবলৈ সক্ষম হয় আৰু তাইৰ এই...
14/09/2025

কৰুণাময়ী নৃত্য নিকেতনৰ ছাত্ৰী প্ৰণিতাই ramdhenu 5g ত নৃত্য প্ৰতিযোগীতাত "Super Talent Award" পাবলৈ সক্ষম হয় আৰু তাইৰ এই প্ৰতিভাৰ বাবে আমাক গুৰু সম্বৰ্ধনা "Nritya sadhana Award" ৰে সন্মানিত কৰে । ধন্যবাদ Ramdhenu 5G.

আকৌ এক নতুন প্ৰয়াস 😊ধন্যবাদ NB NEWS চেটেলাইট চেনেলৰ সাংবাদিক পংকজ শইকীয়া দাদা 🙏 আমাক এক নতুন সুযোগ দিয়া বাবে🙏🙏
19/08/2025

আকৌ এক নতুন প্ৰয়াস 😊ধন্যবাদ NB NEWS চেটেলাইট চেনেলৰ সাংবাদিক পংকজ শইকীয়া দাদা 🙏 আমাক এক নতুন সুযোগ দিয়া বাবে🙏🙏

17/08/2025

শ্ৰী ৰামবিজয় নাটক খনিৰ নাট সামৰণি অনুষ্ঠান

আমাৰ নিকেতনৰ গৌৰৱ অভিনন্দন Debarshana❣️
09/08/2025

আমাৰ নিকেতনৰ গৌৰৱ
অভিনন্দন Debarshana❣️

কৰুণাময়ী নৃত্য নিকেতনৰ ছাত্ৰ ছাত্ৰী সকলৰ দ্বাৰা শ্ৰীমন্ত শঙ্কৰদেৱ বিৰচিত শ্ৰী ৰামবিজয় নাট প্ৰদৰ্শন।সেইদিনা আমাৰ মাজত বি...
07/08/2025

কৰুণাময়ী নৃত্য নিকেতনৰ ছাত্ৰ ছাত্ৰী সকলৰ দ্বাৰা শ্ৰীমন্ত শঙ্কৰদেৱ বিৰচিত শ্ৰী ৰামবিজয় নাট প্ৰদৰ্শন।সেইদিনা আমাৰ মাজত বিশিষ্ট অতিথি হিচাপে উপস্থিত আছিল সত্ৰীয়া সংস্কৃতি চৰ্চা আৰু গৱেষণা পৰিষদ অসমৰ সচিব শ্ৰী যুত পংকজ শইকীয়া চাৰ লগতে অধিবক্তা , গোপাল দেৱ সমাজৰ সভাপতি , সত্ৰীয়া সংস্কৃতি চৰ্চা আৰু গৱেষণা পৰিষদ অসমৰ সভাপতি শ্ৰী যুত মানু বৰুৱা চাৰ লগতে তেজপুৰ বিশ্ববিদ্যালয়ৰ উপ পঞ্জীয়ক শ্ৰী যুত সুভণ মহন্ত চাৰ তেওঁলোকৰ উপস্থিতিয়ে আমাৰ অনুষ্ঠানটোৰ সৌষ্ঠব আৰু দুগুণ বৃদ্ধি কৰে লগতে তেওঁলোকৰ বহুমূলীয়া ভাষণে ছাত্ৰ ছাত্ৰী সকলৰ মনত সত্ৰীয়া সংস্কৃতিৰ প্ৰতি থকা আগ্ৰহ অধিক শক্তিশালী কৰে।পুনৰ বাৰ ধন্যবাদ সকলোলৈকে 🙏

Address

Dipota Kendriya Natya Mandir, Dipota, Sonitpur, Assam
Tezpur
784150

Website

Alerts

Be the first to know and let us send you an email when কৰুণাময়ী নৃত্য নিকেতন, ডিপোটা, শোণিতপুৰ posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category