Udalguri Zilla "Kreeda Bharati"

Udalguri Zilla "Kreeda Bharati" खेल से निर्माण चरित्र,चरित्र से निर्माण राष्ट्र।

আজি ইং 24/12/2023 তাৰিখ দেওবাৰে উত্তৰ অসম প্ৰান্ত ক্ৰীড়া ভাৰতী উদ্যোগত গুৱাহাটী দিগিলিপুকুৰি সমিপদ লক্ষীৰাম বৰুৱা সাহিত...
24/12/2023

আজি ইং 24/12/2023 তাৰিখ দেওবাৰে উত্তৰ অসম প্ৰান্ত ক্ৰীড়া ভাৰতী উদ্যোগত গুৱাহাটী দিগিলিপুকুৰি সমিপদ লক্ষীৰাম বৰুৱা সাহিত্য সভা ভৱনত অসমৰ 9 গৰাকী খেলুৱৈৰ মাতৃ সকলক জিজা মাতা সন্মানেৰে সন্মানিত কৰা হয়।
উক্ত সভাত মুখ্য অতিথি হিচাবে উপস্থিত থাকে অসমৰ সন্মানীয় মুখ্য মন্ত্ৰী শ্ৰীযুত হেমন্ত বিশ্ব শৰ্মা দেৱ আৰু আমন্ত্ৰিত অতিথি হিচাবে উপস্থিত থাকে ৰাষ্ট্ৰীয় সয়ং সেৱক সংঘৰ ক্ষেত্ৰীয় প্ৰচাৰক সন্মানীয় শ্ৰীযুত উল্লাছ কুলকাৰ্নি দেৱে। ক্ৰীড়া ভাৰতী ওদালগুৰি জিলাৰ পৰা সভাপতি (মই) আৰু সম্পাদক শ্ৰী অজিৎ বড়ো দেৱ উপস্থিত থাকে।

গোৱাত অনুষ্ঠিত 37 টম ৰাষ্ট্ৰীয় লন বল প্ৰতিযোগিতাত সোণৰ পদক অৰ্জন কৰা বিটোপন ৰাভাক ভেৰগাও দংপাৰা গাঁওত উপস্থিতহৈ নিজ বাস...
23/12/2023

গোৱাত অনুষ্ঠিত 37 টম ৰাষ্ট্ৰীয় লন বল প্ৰতিযোগিতাত সোণৰ পদক অৰ্জন কৰা বিটোপন ৰাভাক ভেৰগাও দংপাৰা গাঁওত উপস্থিতহৈ নিজ বাসগৃহত ক্ৰীড়া ভাৰতী, ওদালগুৰি জিলা সম্পাদক শ্ৰীযুত অজিত বড়ো আৰু মই উপস্থিতহৈ পলমকৈ হলেও এখনি ফুলাম গামোচাৰে সম্ভৰ্ধনা জনাও আৰু এখেতৰ উজ্জ্বল ভবিষ্যদ কামনা কৰোঁ।
জিলা ক্ৰীড়া সন্মিলনৰ বিষয়ে আলোচনা কৰিবলৈ কাৰ্যকৰ্তাৰ উপস্থিতিত এখনি গুৰুপ্ত বৈঠগ টংলা কুকুৰাকটা BJDRIB কাৰ্যালয়ত মিলিত হওঁ।
উক্ত সভাত ক্ৰীড়া সন্মিলন মাঘ বিহুৰ আগতে অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হয় আৰু তাৰিখ সুনিশ্চিত কৰিবলৈ অভ্যৰ্ধনা কমিটিৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত হব।

Plz follow the page,
09/12/2023

Plz follow the page,

भारत जागो दौड़, 11th September 2023
09/12/2023

भारत जागो दौड़, 11th September 2023

04/11/2023

आप सभी को उदालगुरी जिला क्रीडा़ भारती पेज पर स्वागत करता हूँ।

Address

Kukurakata
Tangla
784521

Telephone

+919365138979

Website

Alerts

Be the first to know and let us send you an email when Udalguri Zilla "Kreeda Bharati" posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share