11/01/2026
🏆 গৌৰৱময় সাফল্য 🏆
৫ জানুৱাৰীৰ পৰা ১১ জানুৱাৰীলৈ পাঞ্জাৱৰ লুধিয়ানাত অনুষ্ঠিত ৬৯ সংখ্যাক ৰাষ্ট্ৰীয় বিদ্যালয় (School Games Federation of India) ছোৱালীৰ ১৪ বছৰৰ তলৰ টাইকোৱাণ্ডো প্ৰতিযোগিতাত আমাৰ
মডাৰ্ণ টাইকোৱাণ্ডো একাডেমী, শুৱালকুছিৰ ছাত্ৰী শ্যামন্তিকা দাসে ৩৫ কেজি শাখাত ব্ৰঞ্জৰ পদক লাভ কৰি অসম তথা একাডেমীলৈ গৌৰৱ কঢ়িয়াই আনিছে। 🥉
এই গৌৰৱময় সাফল্যৰ বাবে শ্যামন্তিকা দাসক আন্তৰিক অভিনন্দন আৰু আগলৈকে উজ্জ্বল ভৱিষ্যতৰ কামনা।
আমাৰ একাডেমীৰ বাবে ই এক গৌৰৱৰ ক্ষণ। 💐
Modern Taekwondo Academy, Sualkuchi
🥋 Discipline • Dedication • Determination