Charaideo District Yogasana Sports Association - CDYSA

Charaideo District Yogasana Sports Association - CDYSA Yogasana Sports Development in Charaideo District

আজি এক বিশেষ আলোচনাত
04/07/2026

আজি এক বিশেষ আলোচনাত

অলিম্পিকলৈ যোৱা পথ শুভাৰম্ভ হৈ গল.....চতুৰ্থ বাৰ্ষিক সদৌ চৰাইদেউ জিলা যোগাসন ক্ৰীড়া প্ৰতিযোগিতা ২০২৬তাৰিখ :-০৫/০৭/২০২৬ (...
03/07/2026

অলিম্পিকলৈ যোৱা পথ শুভাৰম্ভ হৈ গল.....

চতুৰ্থ বাৰ্ষিক সদৌ চৰাইদেউ জিলা যোগাসন ক্ৰীড়া প্ৰতিযোগিতা ২০২৬

তাৰিখ :-০৫/০৭/২০২৬ (দেওবাৰ)

সময় :- ৰাতিপুৱা ৯ বজাৰ পৰা আৰম্ভ....

ৰেজিষ্ট্ৰেচনৰ অন্তিম তাৰিখ আৰু সময় :-০৪/০৭/২০২৬ ( সন্ধিয়া ৭ বজাৰ আগত)

সকলো চৰাইদেউ জিলাৰ যোগাসন ক্ৰীড়া লগত জড়িত খেলুৱৈক যোগদান নিশ্চিত কৰিবলৈ কোৱা হল।

Syllabus :- Yogasana Bharat

সবিশেষ জানিবলৈ শীঘ্ৰে যোগাযোগ কৰক....
7002339355/9954759590/9085741373

কালিলৈ অৰ্থাৎ ১১ মাৰ্চৰ পৰা ১৫ মাৰ্চলৈ টাওকাক , মঞ্জুশ্ৰী, নামতোলা, সোণাৰি পঞ্চায়ত এলেকা, ৰজা পুখুৰী পঞ্চায়ত এলেকাৰ ছা...
10/03/2026

কালিলৈ অৰ্থাৎ ১১ মাৰ্চৰ পৰা ১৫ মাৰ্চলৈ টাওকাক , মঞ্জুশ্ৰী, নামতোলা, সোণাৰি পঞ্চায়ত এলেকা, ৰজা পুখুৰী পঞ্চায়ত এলেকাৰ ছাত্ৰ -ছাত্ৰী সকলক যোগাসন ক্ৰীড়া ক্ষেত্ৰখনত আগুৱাই নিয়াৰ প্ৰয়াসেৰে বিশেষ পদক্ষেপ লোৱা হৈছে।
সময় -পুৱা ৮,৩০ পৰা দুপৰীয়া ১২ বজালৈ.....
সকলোৰে সহযোগিতা একান্তৰে কামনা কৰিলোঁ।

Congratulations Team Assam.   *ASSAM TEAM* (U-18)*2nd Position* (Traditional Group) 1. PRARTHANA BHUYAN2. LAKHYAHIRA DUT...
01/02/2026

Congratulations Team Assam.


*ASSAM TEAM* (U-18)
*2nd Position* (Traditional Group)

1. PRARTHANA BHUYAN
2. LAKHYAHIRA DUTTA
3. NAYANA DAS
4. NILANJANA BORUAH
5. AYUSHMITA PAUL

*2nd Position* (Artistic Group)

1. GITASHREE DOLEY
2. TANUSHRI BORA
3. GARGI GRITOM KASHYAP
4. UPAKHANA BORUAH
5. NAINA CHUTIA

*3rd position* (Artistic single)

1. PRARTHANA BHUYAN

*3rd Position* (Artistic pair)

1. NAINA CHUTIA
2. UPAKHANA BORUAH

With All Assam Yogasana Sports Association – I just got recognised as one of their top fans! 🎉
31/01/2026

With All Assam Yogasana Sports Association – I just got recognised as one of their top fans! 🎉

30/01/2026
Assam Yogasana Sports Lover be ready....For the 1st time in Assam....Assam Yogasana Premier  League 2026....Coming soon....
29/01/2026

Assam Yogasana Sports Lover be ready....
For the 1st time in Assam....
Assam Yogasana Premier League 2026....
Coming soon....
Stay with us.....

29/01/2026

Address

Baruah Ali, Ward No. 2
Sonari
785690

Website

Alerts

Be the first to know and let us send you an email when Charaideo District Yogasana Sports Association - CDYSA posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category