প্ৰয়াত লেখক-সাংবাদিক আব্দুল ৰফিক সোঁৱৰণী খেল-ধেমালী

  • Home
  • India
  • Sonari
  • প্ৰয়াত লেখক-সাংবাদিক আব্দুল ৰফিক সোঁৱৰণী খেল-ধেমালী

প্ৰয়াত লেখক-সাংবাদিক আব্দুল ৰফিক সোঁৱৰণী খেল-ধেমালী Follow us on Instagram .dhemali2010

Also Watch our videos on our Youtube channel @গণৰা

30/01/2025
যোৱাকালি ইং ২৬/০১/২০২৫ তাৰিখ দেওবাৰে ১৫ সংখ্যক "প্ৰয়াত লেখক-সাংবাদিক আব্দুল ৰফিক সোঁৱৰণী খেল-ধেমালী"ৰ অনুষ্ঠানটি সফলভাৱ...
27/01/2025

যোৱাকালি ইং ২৬/০১/২০২৫ তাৰিখ দেওবাৰে ১৫ সংখ্যক "প্ৰয়াত লেখক-সাংবাদিক আব্দুল ৰফিক সোঁৱৰণী খেল-ধেমালী"ৰ অনুষ্ঠানটি সফলভাৱে অনুষ্ঠিত হৈ যায়।
~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~

৭৬ তম গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি টিয়ক ৰজাবাৰী খেৰ-বাৰী খেলপথাৰত আয়োজন কৰা সমাৰোহ খনি পুৱা পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰা হয়।

ইয়াৰ পিছত কণ কণ স্কুলীয়া ছাত্ৰ-ছাত্ৰী, যুৱক-যুৱতী আৰু তেওঁলোকৰ অভিভাৱক-অভিভাৱিকা সকলৰ মাজত চিত্ৰাংকণ প্ৰতিযোগিতাৰ উপৰিও মিউজিক চেয়াৰ, চামুচত মাৰ্বল লৈ দৌৰ, উঠা-বহা, বেজীত সূতা ভৰোৱা দৌৰ, কাবাদী, ভলিবল, ১০০ মিটাৰ দৌৰ, ৰচি টনা আদি বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন কৰা হয়।

বিয়লি ৩ টা বজাত উদযাপন সমিতিৰ সভাপতি সঞ্জীৱ সিঙৰ পৌৰাহিত্যত অনুষ্ঠিত হোৱা বঁটা বিতৰণি সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা সোণাৰিৰ জ্যেষ্ঠ সাংবাদিক মৃত্যুঞ্জয় দাসে প্ৰয়াত আব্দুল ৰফিকৰ জীৱন আৰু কৰ্মৰাজিৰ ওপৰত আলোকত কৰি ভাষণ দিয়ে।

সমাজকৰ্মী তথা উদযাপন সমিতিৰ সম্পাদক ম: আচাদুৰ ৰহমানে আঁতধৰা অনুষ্ঠানটোত বিশিষ্ট সাংবাদিক মৃত্যুঞ্জয় দাসৰ লগতে যুৱ সমাজকৰ্মী তথা বিশিষ্ট সফল ব্যৱসায়ীদ্বয় ক্ৰমে চামিম আহমেদ, উত্তম চাংমাই আৰু অধিবক্তা আচিকুৰ ৰহমান ডাঙৰীয়া, টিয়ক ৰজাবাৰী জুবেদা খাতুন প্ৰাথমিক বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষক ম: মুকিবুৰ ৰহমান, সমাজকৰ্মী তথা ব্যৱসায়ী ম: ৰিপ আলি আৰু প্ৰয়াত আব্দুল ৰফিক দেৱৰ জ্যেষ্ঠ ভাতৃ আব্দুল মুজিদ দেৱে বিজয়ী প্ৰতিযোগী সকলৰ মাজত পুৰস্কাৰ সমূহ বিতৰণ কৰে।

https://www.asomiyapratidin.in/homepage/sonari-krira-samaroh-8656615
27/01/2025

https://www.asomiyapratidin.in/homepage/sonari-krira-samaroh-8656615

সমাজ সংগঠক আব্দুল ৰফিকৰ সোঁৱৰণত আজি সোণাৰি টিয়ক ৰজাবাৰী খেলপথাৰত ১৫ সংখ্যক আব্দুল ৰফিক সোঁৱৰণী ক্ৰীড়া সমাৰোহৰ আ....

27/01/2025
27/01/2025
26/01/2024

আজিৰ Long Jump প্ৰতিযোগীতাৰ কিছু দৃশ্যাংশ।

Address

খেৰ-বাৰী PlayGround, Tiok Rajabari
Sonari
785690

Telephone

8011915191

Website

Alerts

Be the first to know and let us send you an email when প্ৰয়াত লেখক-সাংবাদিক আব্দুল ৰফিক সোঁৱৰণী খেল-ধেমালী posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share