Charaideo District Sports Association#CDSA

Charaideo District Sports Association#CDSA Formed in 1984 for promotion sports activities in Historical Charaideo.

উচ্চ ৰক্তচাপত ভুগি ডিব্ৰুগড়ৰ এখন চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত থকা বিশিষ্ট ক্ৰীড়া সংগঠক তথা চৰাইদেউ জিলা ক্ৰীড়া সন্থাৰ ...
16/02/2026

উচ্চ ৰক্তচাপত ভুগি ডিব্ৰুগড়ৰ এখন চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত থকা বিশিষ্ট ক্ৰীড়া সংগঠক তথা চৰাইদেউ জিলা ক্ৰীড়া সন্থাৰ উপ-সভাপতি বৰহাটৰ নিবাসী ৰাজীৱ গোহাঁই(ৰুণজুন)ৰ পৰলোকপ্ৰাপ্তিতয়ে চৰাইদেউ জিলা ক্ৰীড়া সন্থাৰ সকলোকে মৰ্মাহত কৰিলে।

তেখেতৰ বিয়োগত চৰাইদেউ জিলা ক্ৰীড়া সন্থাৰ তৰফৰ পৰা গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ।

তেখেতৰ আত্মাৰ সদগতি কামনা কৰি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনোৱাৰ লগতে ক্ৰীড়া সন্থাৰ পতাকা অৰ্ধনমিত কৰাৰ লগতে মৌন প্ৰাৰ্থনা কৰা হয়।

।।ঔম শান্তি।।

অসম ঔদ্যোগিক উন্নয়ন নিগমৰ চি এছ আৰ ফান্দৰ দ্বাৰা পুনৰ নিৰ্মাণ কৰা সোণাৰি ইনডোৰ ষ্টেডিয়ামৰ শুভ উদ্বোধন কৰে চৰাইদেউ জিলা...
09/01/2026

অসম ঔদ্যোগিক উন্নয়ন নিগমৰ চি এছ আৰ ফান্দৰ দ্বাৰা পুনৰ নিৰ্মাণ কৰা সোণাৰি ইনডোৰ ষ্টেডিয়ামৰ শুভ উদ্বোধন কৰে চৰাইদেউ জিলা ক্ৰীড়া সন্থাৰ সভাপতি তথা অসম ঔদ্যোগিক উন্নয়ন নিগমৰ অধ্যক্ষ সন্মানীয় তপন কুমাৰ গগৈ দেৱে। উদ্বোধনী অনুষ্ঠান চৰাইদেউ জিলা ক্ৰীড়া সন্থাৰ উপ-সভাপতি মুক্তাবুল হুছেইন, সাধাৰণ সম্পাদক মইদুল ইছলাম বৰা, যুটীয়া সম্পাদক স্বাক্ষৰ জ্যোতি গগৈ ইনডোৰ সম্পাদক ৰফিকুৰ ৰহমানকে প্ৰমুখ্যে বহু কেইগৰাকী বিশিষ্ট ব্যক্তি, খেলুৱৈ, প্ৰাক্তন খেলুৱৈ, অভিভাৱক তথা বিশিষ্ট ক্ৰীড়া সংগঠক।


The first innings and the first Run scored for Assam that will never be forgottenCharaideo District Sports Association m...
21/12/2025

The first innings and the first Run scored for Assam that will never be forgotten

Charaideo District Sports Association mourns the passing of Legendary Cricketer Naba Kamal Bhuyan, former Assam cricketer and one of the pioneers of the game in the state. He passed away in his Chennai Residence after a brief illness at aged 98.

Mr. Bhuyan eracted his name in history by playing for Assam in its first Ranji Trophy match in 1948 and scoring the state’s very first run. He was also a witness to the birth of the Assam Cricket Association and the Guwahati Sports Association and many other sports associations in the 1940s,1950s,& 1960's and watched their steady growth and progress over the decades.

He was a towering personality in Assam cricket, admired for his grace, commitment and quiet leadership.

We are deeply saddened by this immense loss to Assam cricket, his family and countless admirers.Charaideo District Sports Association extends its heartfelt condolences.

Rest in eternal peace, sir.






Assam Cricket Association Vice President Sri Roman Dutta,Apex Council Member Mukutananda Bhattachajyee,Technical Team vi...
15/12/2025

Assam Cricket Association Vice President Sri Roman Dutta,Apex Council Member Mukutananda Bhattachajyee,Technical Team visited the on going construction site of Charaideo District Sports Association Cricket Stadium at Rajapukhuri,Sonari.



চৰাইদেউ জিলা ক্ৰীড়া সন্থাৰ তৰফৰ পৰা সমূহ অসমবাসী ৰাইজলৈ 'অসম দিৱস' ৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰাৰ লগতে বৃহত্তৰ অসমীয়া ...
02/12/2025

চৰাইদেউ জিলা ক্ৰীড়া সন্থাৰ তৰফৰ পৰা সমূহ অসমবাসী ৰাইজলৈ 'অসম দিৱস' ৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰাৰ লগতে বৃহত্তৰ অসমীয়া জাতিৰ পিতৃপুৰুষ, সমন্বয়ৰ এনাজৰীৰে বৰ অসমৰ ভেঁটি প্ৰতিষ্ঠা কৰা স্বৰ্গদেউ চাওলুং চুকাফাক শ্ৰদ্ধাৰে সুঁৱৰিছোঁ।

স্বৰ্গদেউ চাওলুং চুকাফাৰ আদৰ্শ প্ৰকৃততে বাস্তৱিত হওঁক আৰু সকলো জাতি-জনগোষ্ঠী, ভাষা-ভাষী মানুহৰ সমন্বয়ৰ এনাজৰীডালৰ মাজেৰে অসম বিকাশৰ দিশত আগবাঢ়ি যাওঁক, তাকেই আজিৰ এই পৱিত্ৰ দিনটোত কামনা কৰি ফুৰা তাৰা ওচৰত প্ৰাৰ্থনা জনাইছো।



Congratulations from  Charaideo District Sports Association to General Secretary Dibrugarh District Sports Association M...
02/12/2025

Congratulations from Charaideo District Sports Association to General Secretary Dibrugarh District Sports Association Mr Kamakhya Saikia for he has been appointed as the BCCI Match Observer for the 3rd ODI between India and South Africa, which is scheduled to be held on 6th December 2025 at Vishakhapatnam.

29/11/2025

1st Nogen Gogoi Memorial Night Invitation Football Tournament organised by Charaideo District Sports Association.

Pre Final Match Press Conference by Chhaygoan FC and Jorhat Town Club accompanied by Assigned Media Manager by Organising Committee and Charaideo District Sports Association.

29/11/2025
Superb SpellWell Bowled Mukhtar Hussain - 6/20 in   today against Chhattisgarh, best bowling figures in T20s by an Assam...
28/11/2025

Superb Spell
Well Bowled Mukhtar Hussain - 6/20 in today against Chhattisgarh, best bowling figures in T20s by an Assam player 👏






Address

Dhodar Ali
Sonari

Website

Alerts

Be the first to know and let us send you an email when Charaideo District Sports Association#CDSA posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category