Amguri Football Coaching Centre - Afcc

Amguri Football Coaching Centre - Afcc Unfortunately we lost two seasons for covid19

আমগুৰি ফুটবল প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰশিক্ষাথী বৰ্তমানৰ যোৰহাট টাউন ক্লাবৰ নিয়মীয়া খেলুৱৈ Bastab Bora (Maina)  সৰ্বভাৰতীয...
05/05/2026

আমগুৰি ফুটবল প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰশিক্ষাথী বৰ্তমানৰ যোৰহাট টাউন ক্লাবৰ নিয়মীয়া খেলুৱৈ Bastab Bora (Maina) সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ ২০ বছৰ অনুৰ্ধ্ব স্বামী বিবেকানন্দ ৰাষ্ট্ৰীয় ফুটবল চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিবলগীয়া অসম ৰাজ্যিক ফুটবল দলত স্থান লাভ কৰিছে। অভিনন্দন Maina । লগতে অসম দলটোলৈ শুভেচ্ছা জনালোঁ।

আজি ঘোষিত অসম উচ্চ মাধ্যমিক  চুড়ান্ত পৰীক্ষা ফলাফলত আমাৰ প্ৰশিক্ষণ কেন্দ্ৰৰ Priyanuj gohain (১খন লেটাৰ), Mousum panging,...
28/04/2026

আজি ঘোষিত অসম উচ্চ মাধ্যমিক চুড়ান্ত পৰীক্ষা ফলাফলত আমাৰ প্ৰশিক্ষণ কেন্দ্ৰৰ Priyanuj gohain (১খন লেটাৰ), Mousum panging, Arindam kurmi (১খন লেটাৰ)প্ৰথম স্থান লাভ কৰে আৰু Bastab borah দ্বিতীয় স্থান লাভ কৰে। বহুত বহুত শুভেচ্ছা আৰু শুভ কামনা জনালোঁ।

08/01/2026
27/10/2025
আলোক গোষ্ঠী উদ্যোগত যোৰহাট টাউন ক্লাবৰ সহযোগত বাহনা খেল পথাৰত অনুষ্ঠিত হোৱা জয়ন্ত মাধৱ বৰা আৰু সঞ্জীৱ শইকীয়া সোঁৱৰণী ১...
26/10/2025

আলোক গোষ্ঠী উদ্যোগত যোৰহাট টাউন ক্লাবৰ সহযোগত বাহনা খেল পথাৰত অনুষ্ঠিত হোৱা জয়ন্ত মাধৱ বৰা আৰু সঞ্জীৱ শইকীয়া সোঁৱৰণী ১৯ বছৰ অনুৰ্ধ্ব আমন্ত্ৰনমুলক ফুটবল প্ৰতিযোগিতাৰ ফাইনেল খেলত আমাৰ আমগুৰি ফুটবল প্ৰশিক্ষণ কেন্দ্ৰাৰ দলটিয়ে কাজিৰঙা গ্ৰীণ এফ চি দলৰ লগত পৰাজয় হয়।
প্ৰতিযোগিতা শ্ৰেষ্ঠ খেলুৱৈ সন্মান লাভ কৰে আমাৰ প্ৰশিক্ষণ কেন্দ্ৰৰ বাস্তৱ বৰাই আৰু শ্ৰেষ্ঠ গলৰক্ষকৰ সন্মান লাভ কৰে অভিজিত পাণ্ডৱ ।
(আমগুৰি ফুটবল প্ৰশিক্ষণ কেন্দ্ৰৰ আৰু নাহৰকটীয়া ফুটবল প্ৰশিক্ষণ কেন্দ্ৰৰ মাজত হোৱা চেমি ফাইনেল খেল খনত শ্ৰেষ্ঠ খেলুৱৈ সন্মান লাভ কৰিছিল আমাৰ দলৰ প্ৰিয়ানুজ বৰগোহাঞি)

সকলো খেলুৱৈ লগতে দলৰ সকলোলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ ।

লগতে আলোক গোষ্ঠী, যোৰহাট টাউন ক্লাব আৰু খেল উদ্যোগতা সকলোলৈ আমাৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।

Special thanks to Diganta Dutta

All the best boysFinal Match Day  Amguri FCC vs Kaziranga Green FC
26/10/2025

All the best boys

Final Match Day Amguri FCC vs Kaziranga Green FC

Champions 🏆 নামতি ক্ৰীড়া সন্থাৰ উদ্যোগত আৰু ফুটবল প্ৰশিক্ষণ কেন্দ্ৰ নামতিৰ সহযোগত অনুষ্ঠিত কৰা ১৭ বছৰ অনুৰ্ধ্ব ফুটবল প্...
04/09/2025

Champions 🏆

নামতি ক্ৰীড়া সন্থাৰ উদ্যোগত আৰু ফুটবল প্ৰশিক্ষণ কেন্দ্ৰ নামতিৰ সহযোগত অনুষ্ঠিত কৰা ১৭ বছৰ অনুৰ্ধ্ব ফুটবল প্ৰতিযোগিতাত আমগুৰি ফুটবল প্ৰশিক্ষণ কেন্দ্ৰৰ দলটিয়ে
চুড়ান্ত বিজয়ী খিতাপ অৰ্জন কৰে।

প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান পাবলৈ সক্ষম হয় আমাৰ প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰিয়ানুজ বুঢ়াগোঁহায়ে ।

প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত গদাপানী এফ চি দলক 2-0 গলৰ ব্যৱধানত পৰাজিত কৰে। ছেমিফাইনেলত বিহুবৰ এফ চি দলক 2-1 গলত আৰু চুড়ান্ত খেলত কাকজান এফ চি চি দলক 1-0 গলত পৰাভূত কৰি প্ৰতিযোগিতাৰ চুড়ান্ত বিজয়ীৰ সন্মান লাভ কৰে।

সকলো খেলুৱৈলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লগতে নামটি ক্ৰীড়া সন্থাৰ আৰু নামটি ফুটবল প্ৰশিক্ষণ কেন্দ্ৰৰ সকলো সদস্য সদস্যা লৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ।

Champions 🏆 Under 15 Boys
27/08/2025

Champions 🏆

Under 15 Boys

Address

Amguri
Sivasagar

Telephone

+919954349841

Website

Alerts

Be the first to know and let us send you an email when Amguri Football Coaching Centre - Afcc posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share