Binoy keot

Binoy keot Aap ko mere chanel pe Entertainment, cricket or daily lifestyle kaise jite he , related videos milega

17/06/2026

সমান্তৰ প্ৰগতি অংক সমূহ কেনেকৈ কৰা হয় তাৰ ওপৰত ভিত্তি কৰি এই video বনা হৈছে। বিশেষকে আমাৰ আদিবাসী ভাই -ভনীৰ বাবে ।





G.K . FIFA Related questions.
13/06/2026

G.K . FIFA Related questions.





08/06/2026

অংক কৰিবৰ বাবে কিছু জানিবলগীয়া সাধাৰণ কথা।



02/06/2026

উৎপাদকীকৰণ পদ্ধতিৰে দ্বিঘাত সমীকৰণ প্ৰশ্নৰ সমাধান কৰাৰ সহজ উপায়।





01/06/2026

এই Video ত দশম শ্ৰেণীৰ ত্ৰিকোণমিতি ৰ তালিকা 8.1 ৰ বিষয়ে আলোচনা কৰা হৈছে। ইয়াত দেখুৱা হৈছে যে এই তালিকা চিৰ দিনৰ বাবে কেনেকেনো মনত ৰাখিব পাৰি,তাৰ সহজ পদ্ধতি আদিবাসী ভাষাত কোৱা হৈছে। গতিকে আপোনাকে অলপ সহযোগ কৰিলে মই আৰু এনেধৰণৰ Video বনাই যাবলৈ উৎসাহ পাম। ধন্যবাদ 🙏।




31/05/2026

এই video ত দশম শ্ৰেণীৰ ত্ৰিকোণমিতি গণিতৰ অংক সমূহ কেনেকো সমাধান কৰে,তাৰ বিষয়ে বহল ভাৱে আমাৰ Adivasi ভাষাত বুজোৱা হৈছে। বিশেষকে আমাৰ Adivasi ভাই আৰু ভনী সকলৰ সুবিধাৰ বাবে এই video বনোৱা হৈছে। গতিকে মোক অলপ সহযোগ কৰিব যাতে মই আৰু এনেধৰণৰ video আমাৰ ভাই ভনীৰ বাবে সহজ ভাষাত বনাই যাও ।




29/05/2026

Class 10 r trigonometry maths uporot ae video tu bonuwa hoise . Bikhek ke Amar Adivasi Bhai aru Bhonir babe.

04/02/2026

# New cricket pitch making
# feelsfb

+ Mehnat

Address

Lakwa Rongagorah
Sibsagar
785688

Website

Alerts

Be the first to know and let us send you an email when Binoy keot posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category