Sivasagar District Kabaddi Association

Sivasagar District Kabaddi Association Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Sivasagar District Kabaddi Association, Sports Team, Shankar Mandir path, Sibsagar.

17/11/2023
10/09/2023
অসম কাবাডী সন্থাৰ উদ্যোগত প্ৰথম সংখ্যক ১৪ বছৰ অনুৰ্ধ্ব আন্ত:জিলা কাবাডী প্ৰতিযোগিতা (লৰা -ছোৱালী)খন অহা অক্টোবৰ ২৭ তাৰিখ...
16/08/2023

অসম কাবাডী সন্থাৰ উদ্যোগত প্ৰথম সংখ্যক ১৪ বছৰ অনুৰ্ধ্ব আন্ত:জিলা কাবাডী প্ৰতিযোগিতা (লৰা -ছোৱালী)খন অহা অক্টোবৰ ২৭ তাৰিখৰ পৰা ২৯ তাৰিখলৈ গুৱাহাটীৰ নেহৰু ষ্টেডি়য়ামত অনুস্থিত হব । শিৱসাগৰ জিলা দল গঠনৰ বাবে শিৱসাগৰ জিলা কাবাডী সন্থাই বাছনি প্ৰক্ৰিয়া আৰম্ভ কৰিছে । আজি গৌৰীসাগৰত অৱস্থিত গৌৰীসাগৰ উচ্চতৰ মাধ্যমিক ইণ্ডাষ্টিয়েল ইনষ্টিটিউট ৰ খেলুৱৈ সকলক বাছনি কৰা হয়।বাছনি প্ৰক্ৰিয়াত সহায় সহযোগিতা আগবঢ়োৱা বাবে বিদ্যালয় খনৰ সমূহ কৰ্তীপক্ষক ধন্যবাদ জনালো ।

Address

Shankar Mandir Path
Sibsagar
785665

Telephone

+917002056162

Website

Alerts

Be the first to know and let us send you an email when Sivasagar District Kabaddi Association posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category