13/10/2025
চুমনি নবজ্যোতি ক্লাবৰ উদ্যোগত আৰু দিচাংমুখ ৰ ৰাইজৰ সহযোগত জিলা ভিত্তিত তৃতীয় বাৰ্ষিক ১৫ বছৰ অনুৰ্ধ্ব ফুটবল প্ৰতিযোগিাতত আমাৰ বকতা নেমুগুৰি ফুটবল প্ৰশিক্ষণ কেন্দ্ৰৰ দলটি চুড়ান্ত খেলত Gargaon FCC 4-2 গলৰ ব্যৱধানত পৰাজিত কৰি চুড়ান্ত বিজয়ী সন্মান লাভ কৰিবলৈ সক্ষম হয় । লগতে আমাৰ দলৰ Best player Donyi Taye ,
best tournament Sumangal Borgohain
Best goal keeper Rakesh Guwala
Highest Scorer Bakhob tamuli পাবলৈ সক্ষম হয়। সকলোলৈকে বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ । আগুৱাই যোৱা আমাৰ আশিৰ্বাদ সদায় তোমালোকৰ লগত আছে । লগতে নবজ্যোতি ক্লাবৰ সমূহ সদস্য লৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ ।