Bajali district yoga association

Bajali district yoga association It is a page of competition based yoga

ৰাষ্ট্ৰীয় যোগ অলিম্পিয়াড–২০২৬ৰ অন্তৰ্গত জিলা পৰ্যায়ৰ যোগ প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰা ৰিয়া পাঠক, হিমাংশু ৰয় আৰু...
15/05/2026

ৰাষ্ট্ৰীয় যোগ অলিম্পিয়াড–২০২৬ৰ অন্তৰ্গত জিলা পৰ্যায়ৰ যোগ প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰা ৰিয়া পাঠক, হিমাংশু ৰয় আৰু স্বাশ্বতী তালুকদাৰলৈ আন্তৰিক অভিনন্দন জনাইছোঁ।বজালী জিলা যোগ সংস্থাৰ অধীনত প্ৰশিক্ষক পপীদাস শৰ্মা, ভীভা কলিতা আৰু জৌতিষ শৰ্মাৰ তত্বাৱধানত প্ৰশিক্ষণ গ্ৰহণ কৰি অহা এই প্ৰতিভাৱান শিক্ষাৰ্থীসকলে নিজৰ উৎকৃষ্ট প্ৰদৰ্শন, অধ্যৱসায় আৰু নিষ্ঠাৰ জৰিয়তে আমাৰ জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে।অত্যন্ত আনন্দৰ সৈতে জনাইছোঁ যে তেওঁলোকক ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে নিৰ্বাচিত কৰা হৈছে।এই সাফল্য আমাৰ সকলোৰে বাবে এক অত্যন্ত গৌৰৱৰ মুহূৰ্ত। তেওঁলোকৰ উজ্জ্বল ভৱিষ্যৎ আৰু আগন্তুক দিনসমূহত অধিক সফলতা কামনা কৰাৰ লগতে ৰাজ্যিক যোগ অলিম্পিয়াড–২০২৬ৰ বাবে আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জনালোঁ।

16/03/2025
29/09/2020

যোগ ক্ৰীড়াৰ দ্বাৰা ৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠা বজালী সুযোগ্য সন্তান সন্দীপ শৰ্মা .........

Address

Pathsala
781325

Website

Alerts

Be the first to know and let us send you an email when Bajali district yoga association posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category