Dhalpur United Sporting Club

Dhalpur United Sporting Club The Club established in 1996. From the establishment the club leads to the guardian of sport in Dhalpur.

01/08/2026
জুবিন দা অমৰ হওঁক।
24/09/2025

জুবিন দা অমৰ হওঁক।

জুবিন দা অমৰ হওঁক
24/09/2025

জুবিন দা অমৰ হওঁক

লক্ষীমপুৰ জিলা ক্ৰীড়া সংন্থাৰ দ্বাৰা আয়োজিত আন্ত:ক্লাৱ এথেলেকটিকচ অংশগ্ৰহন কৰা আমাৰ ক্লাৱৰ দলটো।
22/12/2023

লক্ষীমপুৰ জিলা ক্ৰীড়া সংন্থাৰ দ্বাৰা আয়োজিত আন্ত:ক্লাৱ এথেলেকটিকচ অংশগ্ৰহন কৰা আমাৰ ক্লাৱৰ দলটো।

যোৱাকালি(২০-০৭২৩) লক্ষীমপুৰ জিলা A divison লীগৰ আমাৰ দলে খোলাগুৰি এফচিক ৬-২ গলৰ ব্যৱধানত পৰাস্ত কৰি ছেমিফাইনেলত পৰ্দাপন ...
21/07/2023

যোৱাকালি(২০-০৭২৩) লক্ষীমপুৰ জিলা A divison লীগৰ আমাৰ দলে খোলাগুৰি এফচিক ৬-২ গলৰ ব্যৱধানত পৰাস্ত কৰি ছেমিফাইনেলত পৰ্দাপন কৰে। অহা ২৩-০৭-২০২৩ তাৰিখে বিহপুৰীয়া প্ৰশিক্ষন কেন্দ্ৰৰ বিৰুদ্ধে আমাৰ দলে অংশগ্ৰহন কৰিব।

Lakhimpur জিলা ক্ৰীড়া সংন্থাৰ প্ৰথম ডিভিজন ফুটবল লীগৰ আজিৰ এখন খেলত আমাৰ ক্লাৱৰ দলে কাংকন ক্লাৱক ৫-১ গলৰ ব্যৱধানত পৰাস্ত...
16/07/2023

Lakhimpur জিলা ক্ৰীড়া সংন্থাৰ প্ৰথম ডিভিজন ফুটবল লীগৰ আজিৰ এখন খেলত আমাৰ ক্লাৱৰ দলে কাংকন ক্লাৱক ৫-১ গলৰ ব্যৱধানত পৰাস্ত কৰে।

লখিমপুৰ জিলাৰ ক্ৰীয়া সন্থাৰ চতুৰ্থ বাৰ্ষিক আন্তঃক্লাব এথেলেটিক প্ৰতিযোগিতাখন আজিৰেপৰাই দুদিনীয়াকৈ অনুষ্ঠিত কৰা হয় মেৰমুখ...
13/11/2021

লখিমপুৰ জিলাৰ ক্ৰীয়া সন্থাৰ চতুৰ্থ বাৰ্ষিক আন্তঃক্লাব এথেলেটিক প্ৰতিযোগিতাখন আজিৰেপৰাই দুদিনীয়াকৈ অনুষ্ঠিত কৰা হয় মেৰমুখ ৰাজহুৱা খেলপথাৰত ৷ উক্ত প্ৰতিযোগিতাৰ অংশস্বৰূপে অংশগ্ৰহণ কৰে ধলপুৰ স্পৰ্টিং ক্লাৱৰ ১২ জনীয়া এটি দলে ৷ প্ৰথম দিনাই আমাৰ ক্লাৱলৈ সোণৰ আৰু ৰূপৰ পদকেৰে চমকপদ সাফল্য কঢ়িয়াই আনে ক্লাৱৰ দুই সদস্য ক্ৰমে ঘগৰা তাতি আৰু ভাৰ্গৱ বৰুৱাই ৷ ২০০০ মিটাৰ দৌৰত তাতিয়ে সোণৰ আৰু ৬০ মিটাৰ দৌৰত বৰুৱাই ৰূপৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয় ৷

02/07/2021

আমাৰ ক্লাৱৰ প্ৰাক্তন খেলুৱৈ ভোলা সন্দিকৈ যোৱাৰাতি জৰাবাৰীত পথ দূৰ্ঘটনাত নিহত হয়। তেখেতৰ মৃত আত্মাৰ সদ্গতি কামনা কৰিলো। ঔম: শান্তি।

Address

Dhalpur
North Lakhimpur
784165

Website

Alerts

Be the first to know and let us send you an email when Dhalpur United Sporting Club posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Dhalpur United Sporting Club:

Shortcuts

Share

Category