22/06/2026
আমাৰ My Gym ৰ student লালুক মেনেহাৰ প্ৰিয়ব্ৰত শইকীয়াৰ পিতা সন্মানীয় অৱসৰপ্ৰাপ্ত শিক্ষক ৰবীন শইকীয়া ডাঙৰীয়াৰ আজি পৰলোক প্রাপ্তি হয় , তেখেতৰ পৰিয়ালৰ সকলো লৈকে সমবেদান জ্ঞাপন কৰাৰ লগতে , তেখেতৰ আত্মাই যাতে বৈযুণ্ঠত স্থান পাই এয়েই ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনালোঁ , কৃষ্ণ ,,কৃষ্ণ,,🙏🙏