05/12/2023
মহাশয়/প্ৰিয় সতীৰ্থ,
ক্ৰীড়াসূলভ অভিনন্দন গ্ৰহণ কৰিব,আপোনাক/আপোনালোকক জনাবলৈ পাই সুখী হৈছো যে, অহা ইং 28'29'30' আৰু 31 DEC প্ৰতিভাৱান খেলুৱৈ সকলক লৈ চতুৰ্থ বাৰৰ বাবে RAJALI PREMIER LEAGUE SESSION-4 (RPL-4)* নামেৰে এখনি T-10 ক্ৰিকেট প্ৰতিযোগীতা অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছো।
গতিকে উক্ত খেলখনৰ বাবে যদি কোনোবা স্বত্বাধীকাৰীয়ে দল ক্ৰয় কৰিম বুলি ভাৱিছে তেনেহ'লে আমাৰ সমিতিৰ লগত যোগাযোগ কৰিবলৈ আহ্বান জনালো।
ধন্যবাদেৰে
*RPL সমিতি*
সভপতি
Faizuddin Ahmed
Ph-6001513879
সম্পাদ।
Mustaque Ahmed
Ph-8135050019