06/08/2022
অহা ৭ আগষ্টৰ ২০২২ তাৰিখৰ পৰা গুৱাহাটীত অনুষ্ঠিত হব লগীয়া ১৪ বছৰ অনুদ্ধ পিলীক চৌধুৰী ফুটবল প্ৰতিযোগিতাত ডিব্ৰুগড় জিলা হৈ নামৰূপ টাউন ক্লাৱ ফুটবল একাডেমি তিনিজন খেলুৱৈ প্ৰতিনিধিত্ব আগবঢ়াবলৈ সক্ষম হৈছে।
খেলুৱৈ কেইজন ক্ৰমে মনচুন গগৈ, দুৰ্লভ জ্যোতি গগৈ আৰু নকচিয়ান ৱাংনু।
তেখেত সকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ।