04/03/2024
এখন সৰু গাঁওৰ এটা টিম নাম টো লাহে লাহে চিনাকী হব লৈছে BNC এজন ও অতিথি খেলুৱৈ নাহোৱা কৈ আকৌ এবাৰ চেম্পিয়ন কোনো ডাঙৰ নাম নাই কিন্তু দল টোৱে যিখিনি কষ্ট কৰোঁ মই নিজে এনে এটা দল ক Captaincy কৰিব পায় ভাগ্যৱান বুলি ভাবোঁ
Champion At Namati With Part time Bowler Like Kanak Haloi Rahul Saikia ❤️