12/04/2023
ৰঙালী বিহু উপলক্ষে আমাৰ জিম ১৪ এপ্ৰিলৰ পৰা ১৫ এপ্ৰিললৈ বন্ধ থাকিব আৰু লগতে বিহুৰ অফাৰ হিচাপে ভৰ্তিৰ মাচুল ৫০% ৰেহাইৰ সুবিধা কৰি দিয়া হৈছে। এই অফাৰ ১৬ এপ্ৰিলৰ পৰা 30 এপ্ৰিললৈ উপলব্ধ থাকিব আৰু লগতে আমাৰ ফালৰ পৰা আপোনালোকক ৰঙালী বিহুৰ হিয়া ভৰা অভিনন্দন জনাইছো ধন্যবাদ 🙏🏻