08/09/2026
নমস্কাৰ সকলোকে 🙏
মই এই page-ৰ এজন Admin হিচাপে আপোনালোকক আন্তৰিক শুভেচ্ছা জনাইছোঁ। এই Page-ৰ জৰিয়তে আমি বিভিন্ন তথ্য, খবৰ আৰু উপযোগী বিষয় আপোনালোকৰ মাজলৈ লৈ অহাৰ চেষ্টা কৰিম।
আপোনালোকৰ মৰম, সহযোগিতা আৰু পৰামৰ্শই আমাক আগুৱাই যোৱাত সহায় কৰিব। Page-টো Like, Follow আৰু Share কৰি আমাৰ সৈতে সদায় থাকিব বুলি আশা কৰিলোঁ।
ধন্যবাদ। 🙏