Challengers Sports & Fitness Academy, Assam

Challengers Sports & Fitness Academy, Assam Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Challengers Sports & Fitness Academy, Assam, Martial Arts School, Nalbari.

Colour Belt Pramotion Test . BARAMA TAEKWONDO ACADEMY. under CHALLENGERS SPORTS & FITNESS ACADEMY, ASSAM.
15/12/2022

Colour Belt Pramotion Test . BARAMA TAEKWONDO ACADEMY. under CHALLENGERS SPORTS & FITNESS ACADEMY, ASSAM.

আমাৰো এটা সপোন আছে ! সময়ে সময়ে ধুমুহা আহিলে ও হিমালয়ৰ দৰেই ঠিয় হৈ আছোঁ - থাকিম । #  চেলেঞ্জাৰ্ছ স্পোৰ্ছ এণ্ড ফিটনেচ ...
27/11/2022

আমাৰো এটা সপোন আছে ! সময়ে সময়ে ধুমুহা আহিলে ও হিমালয়ৰ দৰেই ঠিয় হৈ আছোঁ - থাকিম ।
# চেলেঞ্জাৰ্ছ স্পোৰ্ছ এণ্ড ফিটনেচ একাডেমী, অসমৰ একাংশ ছাত্ৰ ছাত্ৰীৰ সতে আজি বৰমা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত ৰবিবাৰৰ ৰাতিপুৱা অনুশীলনৰ সময়ত ।

26/11/2022
26/01/2022
আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষত চতুৰ্থ স্তম্ভৰ লগত জড়িত সকলো নমস্য ব্যক্তিক আন্তৰিক শুভেচ্ছা ও শুভকামনা জনালোঁ ।
16/11/2021

আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষত চতুৰ্থ স্তম্ভৰ লগত জড়িত সকলো নমস্য ব্যক্তিক আন্তৰিক শুভেচ্ছা ও শুভকামনা জনালোঁ ।

প্ৰথম বাৰৰ বাবে উত্তৰ পূৰ্বাঞ্চল ভাৰতবৰ্ষৰ টাইকোৱাণ্ড খেলুৱৈ তথা ক্লাৱৰ সমূহৰ বাবে সুবৰ্ণ সুযোগ। 💪🥋টাইকোৱাণ্ড খেলক আৰু ল...
13/11/2021

প্ৰথম বাৰৰ বাবে উত্তৰ পূৰ্বাঞ্চল ভাৰতবৰ্ষৰ টাইকোৱাণ্ড খেলুৱৈ তথা ক্লাৱৰ সমূহৰ বাবে সুবৰ্ণ সুযোগ। 💪

🥋টাইকোৱাণ্ড খেলক আৰু লাভ কৰক আকৰ্ষণীয় পুৰস্কাৰ 🏆

🔴 নিজৰ সপোনৰ এখন একাডেমী তৈয়াৰৰ বাবে শ্ৰেষ্ঠ দলটোৱে লাভ কৰিব এটি ৬৪ পিছৰ Interlocking Mate set

🔴 দ্বিতীয় শ্ৰেষ্ঠ দলে লাভ কৰিব এটি Kicking Human Dummy

🔴 সকলো গ্ৰুপৰ শ্ৰেষ্ঠ খেলুৱৈ সকলে লাভ কৰিব একোটাকৈ Kicking Bag

🔴 সমূহ বিজয়ী প্ৰতিযোগীয়ে লাভ কৰিব মেডেল🥇🥈🥉🥉 আৰু মানপত্ৰ

আৰু সমূহ অংশগ্ৰহণকাৰী খেলুৱৈয়ে লাভ কৰিব অংশগ্ৰহণৰ মানপত্ৰ

Happy Durga Puja To All......Jai Maa Durga...
10/10/2021

Happy Durga Puja To All......
Jai Maa Durga...

Address

Nalbari
781341

Website

Alerts

Be the first to know and let us send you an email when Challengers Sports & Fitness Academy, Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share