13/09/2025
সপ্তম বাৰ্ষিক ৰাতুল মহন্ত সোঁৱৰণী দিবা নৈশ টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা 🏏
অহা 2026 চনৰ 24,25 আৰু 26 জানুৱাৰী তাৰিখে বেলশৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত হব উক্ত প্ৰতিযোগিতাখন ||
প্ৰথম পুৰস্কাৰ: নগদ 1,20,000 টকা আৰু ট্ৰফী
দ্বিতীয় পুৰস্কাৰ: নগদ 70,000 টকা আৰু ট্ৰফী
ভৰ্ত্তি মাচুল: 2999/-