19/10/2025
ঘগ্ৰাপাৰ আঞ্চলিক ক্ৰীড়া সন্হাৰ উদ্যোগত ঘগ্ৰাপাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত চলি থকা ৫৯ সংখ্যক স্বৰ্গীয় ৰেজেক আলী সোঁৱৰণী চলন্ত ট্ৰফী প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাৰ আজি ফাইনেল খেল উক্ত ফাইনেল খেলৰ লগতে জুবিন গাৰ্গ দেৱৰ মৃত্যুৰ এমহিয়া অনুষ্ঠানত তেখেতৰ প্ৰিয় গছ নাহৰ ৩০ জোপা ৰোপন কৰাৰ লগতে তেখেতৰ আত্মাৰ সদগতিৰ কাৰণে ভাগৱত পাঠ আৰু আয়তিৰ দ্বাৰা নাম পৰিবেশন কৰা হয়।
জুবিন দা অমৰ হওক
জয় জুবিন দা 🙏