Nalbari Sports Association -NSA

Nalbari Sports Association -NSA OFFICIAL PAGE of NALBARI SPORTS ASSOCIATION

29/08/2026
নলবাৰী ভলীবলৰ ইতিহাসৰ প্ৰথমটো খিতাপ লাভ কৰা দল ,১৯৮০-৮১ বৰ্ষৰ আন্তঃ জিলা জুনিয়ৰ ভলীবল প্ৰতিযোগিতাত বিজয়ী হোৱা নলবাৰী জ...
24/08/2026

নলবাৰী ভলীবলৰ ইতিহাসৰ প্ৰথমটো খিতাপ লাভ কৰা দল ,১৯৮০-৮১ বৰ্ষৰ আন্তঃ জিলা জুনিয়ৰ ভলীবল প্ৰতিযোগিতাত বিজয়ী হোৱা নলবাৰী জিলা ভলীবল দলৰ খেলুৱৈ সকল ক্ৰমে থিয়হৈ থকা প্ৰয়াত গগন হালৈ,খগেন দত্ত,উৎপল ডেকা , গুৰুপ্ৰসাদ ঠাকুৰীয়া, প্ৰদীপ কুমাৰ শৰ্মা, কৰুনা বৰ্মন( অধিনায়ক),প্ৰয়াত মনোজ দত্ত (বহি থকা) হবিবুল্লা, প্ৰয়াত ত্ৰিকেন দাস (সাধাৰণ সম্পাদক, নলবাৰী ক্ৰীড়া সন্থা),হৰিশ গোস্বামী (ভলীবল সম্পাদক , মেনেজাৰ) )আৰু প্ৰয়াত পৰিক্ষীত বৰ্মন ।

It is with profound sorrow that we mourn the passing of Gagan Haloi, a resident of Bishnupur Khat, Nalbari Town, who pas...
19/08/2026

It is with profound sorrow that we mourn the passing of Gagan Haloi, a resident of Bishnupur Khat, Nalbari Town, who passed away today at GMCH Hospital at the age of 63 years.
Gagan Haloi was a member of the Nalbari District Junior Volleyball Team that proudly became the Champion in the Inter-District Junior Volleyball Competition in 1981. His contribution to the team and to the sporting history of Nalbari will always be remembered with respect and gratitude.
His passing is a great loss to his family, friends, and the sporting fraternity of Nalbari.
May the departed soul rest in eternal peace, and may the bereaved family find strength and courage to bear this irreparable loss.
Heartfelt condolences to the bereaved family.
Om Shanti.

11/08/2026

ধুবুৰীত অনুষ্ঠিত হ'ব লগা জে, কে, বৰুৱা ১৯ বছৰ অনুৰ্ধ্বৰ ( ল'ৰা) আন্তঃজিলা ক্ৰিকেট প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ বাবে অনুশীলন ও বাছনি শিবিৰৰ আয়োজন কৰা হৈছে।
সেয়েহে সকলো খেলুৱৈক বয়সৰ প্ৰমাণ পত্ৰ, আধাৰ কাৰ্ড আৰু পাছপোৰ্ট আকাৰৰ ফটো সহ যথা সময়ত উপস্থিত হ'বলৈ কোৱা হ'ল।

স্থান : দেবীৰাম খেল পথাৰ
সময় : আবেলি ৩:৩০ বজাত
তাৰিখ : ১২/ ০৮/২০২৬ ইং :

Address

NALBARI PALLA Road , NEAR GURDON FIELD
Nalbari
781335

Website

Alerts

Be the first to know and let us send you an email when Nalbari Sports Association -NSA posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Nalbari Sports Association -NSA:

Shortcuts

Share

Category