Amayapur Sports Club

Amayapur Sports Club নলবাৰী ক্ৰীড়া সন্থাৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত

অময়াপুৰ স্পোৰ্টচ্ ক্লাৱৰ উদ্যোগত ষষ্ঠ বাৰ্ষিক দিবা-নৈশ দ্বৈত বেডমিণ্টন প্ৰতিযোগিতাৰ বিজয়ী সকল ।
25/01/2026

অময়াপুৰ স্পোৰ্টচ্ ক্লাৱৰ উদ্যোগত ষষ্ঠ বাৰ্ষিক দিবা-নৈশ দ্বৈত বেডমিণ্টন প্ৰতিযোগিতাৰ বিজয়ী সকল ।

ষষ্ঠ বাৰ্ষিক দিবা-নৈশ দ্বৈত বেডমিণ্টন প্ৰতিযোগিতাৰ অন্যতম কাৰ্যসূচী শ্ৰদ্ধাঞ্জলী অনুষ্ঠানৰ কিয়দাংশ ।
25/01/2026

ষষ্ঠ বাৰ্ষিক দিবা-নৈশ দ্বৈত বেডমিণ্টন প্ৰতিযোগিতাৰ অন্যতম কাৰ্যসূচী শ্ৰদ্ধাঞ্জলী অনুষ্ঠানৰ কিয়দাংশ ।

ষষ্ঠ বাৰ্ষিক দিবা-নৈশ দ্বৈত বেডমিণ্টন প্ৰতিযোগিতাৰ দ্বিতীয় কাৰ্যসূচী গছ পুলি ৰোপণ কৰে ধৰনী শৰ্মা দেৱে ।
25/01/2026

ষষ্ঠ বাৰ্ষিক দিবা-নৈশ দ্বৈত বেডমিণ্টন প্ৰতিযোগিতাৰ দ্বিতীয় কাৰ্যসূচী গছ পুলি ৰোপণ কৰে ধৰনী শৰ্মা দেৱে ।

ষষ্ঠ বাৰ্ষিক দিবা-নৈশ দ্বৈত বেডমিণ্টন প্ৰতিযোগিতাৰ প্ৰথম কাৰ্যসূচী স্পোৰ্টচ ক্লাবৰ পতাকা উত্তোলন কৰে স্পোৰ্টচ ক্লাবৰ সভা...
25/01/2026

ষষ্ঠ বাৰ্ষিক দিবা-নৈশ দ্বৈত বেডমিণ্টন প্ৰতিযোগিতাৰ প্ৰথম কাৰ্যসূচী স্পোৰ্টচ ক্লাবৰ পতাকা উত্তোলন কৰে স্পোৰ্টচ ক্লাবৰ সভাপতি ৰমনী কুমাৰ শৰ্মা দেৱে।

অময়াপুৰ স্পোৰ্টচ ক্লাৱৰ উদ্যোগত ষষ্ঠ বাৰ্ষিক দিবা-নৈশ দ্বৈত বেডমিণ্টন প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে । সমুহ খেলুৱৈ তথা ক্...
19/01/2026

অময়াপুৰ স্পোৰ্টচ ক্লাৱৰ উদ্যোগত ষষ্ঠ বাৰ্ষিক দিবা-নৈশ দ্বৈত বেডমিণ্টন প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে । সমুহ খেলুৱৈ তথা ক্ৰীড়া প্ৰেমী ৰাইজৰ উপস্থিতি কামনা কৰা হৈছে ।

আজি ১৬/০৬/২০২৪ ইংৰাজী তাৰিখে Amayapur Sports Club ৰ তৰফৰ পৰা অঞ্চলতোৰ কৃতী শিক্ষাৰ্থী সকলক নিজ নিজ বাসভৱনত অভিনন্দন প্ৰদ...
16/06/2024

আজি ১৬/০৬/২০২৪ ইংৰাজী তাৰিখে Amayapur Sports Club ৰ তৰফৰ পৰা অঞ্চলতোৰ কৃতী শিক্ষাৰ্থী সকলক নিজ নিজ বাসভৱনত অভিনন্দন প্ৰদান কৰা হয় । এই‌ অনুস্থানত ক্লাৱৰ সভাপতি সম্পাদকৰ লগতে অঞ্চলটোৰ বিশিষ্ট শিক্ষাবিদ, উপদেষ্টা তথা সদস্য সকল উপস্থিত থাকে ।

২০২৪ বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাৰ্তিৰে উৰ্ত্তীণ হোৱা কেইগৰাকী মান ছাত্ৰ-ছাত্ৰীক...
09/06/2024

২০২৪ বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাৰ্তিৰে উৰ্ত্তীণ হোৱা কেইগৰাকী মান ছাত্ৰ-ছাত্ৰীক অময়াপুৰ স্পোৰ্টচ ক্লাৱৰ তৰফৰ পৰা মান পত্ৰ প্ৰদান আৰু সম্বৰ্ধনা নিজ নিজ বাসভৱনত জনোৱা হয়। উক্ত অনুষ্ঠানত শ্ৰদ্ধাৰ শিক্ষক সকলৰ লগতে অময়াপুৰ স্পোৰ্টচ ক্লাৱৰ সভাপতি, সম্পাদক তথা উপদেষ্টা আৰু অন্যান্য সদস্য সকল উপস্থিত থাকে।

সকলোৰে উপস্থিতি শ্ৰদ্ধাৰে কামনা কৰিলোঁ।
29/01/2024

সকলোৰে উপস্থিতি শ্ৰদ্ধাৰে কামনা কৰিলোঁ।

২১ জুন ২০২৩ ইং তাৰিখ বুধবাৰে আবেলি  অময়াপুৰ স্পোৰ্টচ ক্লাৱৰ তৰফৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীণ হোৱ...
21/06/2023

২১ জুন ২০২৩ ইং তাৰিখ বুধবাৰে আবেলি অময়াপুৰ স্পোৰ্টচ ক্লাৱৰ তৰফৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীণ হোৱা ছাত্ৰ শ্ৰীমান ভাৰ্গৱ প্ৰতিম শৰ্মা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উৰ্ত্তীণ হোৱা ছাত্ৰী শ্ৰীমতী ডেইজী চক্ৰৱৰ্তীক প্ৰয়াত কবিৰাজ উমাকান্ত শৰ্মাৰ সোঁৱৰনিত মান পত্ৰ প্ৰদান আৰু সম্বৰ্ধনা নিজা নিজা বাসভৱনত জনোৱা হয়। । উক্ত অনুষ্ঠানত অময়াপুৰ স্পোৰ্টচ ক্লাৱৰ সভাপতি, সম্পাদক তথা উপদেষ্টা আৰু অন্যান্য সদস্য সকল উপস্থিত থাকে।

'অময়াপুৰ স্পোৰ্টচ ক্লাৱ'ৰ উদ্যোগত অহা 2৮ জানুৱাৰী, শনিবাৰে 'দিবা-নৈশ দ্বৈত বেডমিন্টন' প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে । আবেল...
11/01/2023

'অময়াপুৰ স্পোৰ্টচ ক্লাৱ'ৰ উদ্যোগত অহা 2৮ জানুৱাৰী, শনিবাৰে 'দিবা-নৈশ দ্বৈত বেডমিন্টন' প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে । আবেলি ৩ বজাৰ পৰা অনুষ্ঠিত হব লগা প্ৰতিযোগিতা খনৰ প্ৰতিটো দলৰ ভৰ্তি মাচুল ২০০ টকা । প্ৰথম পুৰস্কাৰ ৪০০১ টকা, দ্বিতীয় পুৰস্কাৰ ৩০০১ টকা আৰু শ্ৰেষ্ঠ দলে লাভ কৰিব নগদ ১৫০১ টকা । বিজয়ী প্ৰতিটো দলে নগদ ধনৰ লগতে লাভ কৰিব ট্ৰফীসহ একোখনকৈ প্ৰমাণ পত্ৰ ।

Address

Nalbari

Website

Alerts

Be the first to know and let us send you an email when Amayapur Sports Club posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Amayapur Sports Club:

Shortcuts

Share

Category