18/10/2025
অহা সোমবাৰে (২০অক্টোবৰ) দীপাৱলী উপলক্ষে ছাউথ ঘগ্ৰাপাৰ আইকনচৰ ফালৰ পৰা আমাৰ প্ৰাণৰ শিল্পী জুবিন দা ৰ কাৰণে এটি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে, উক্ত অনুষ্ঠানত ৫০০০ বন্তি প্ৰজ্বলন কৰা হব।
সময় - সন্ধিয়া ৫ বজাত
স্থান - ঘগ্ৰাপাৰ হাইস্কুল খেলপথাৰ।
গতিকে এই অনুষ্ঠানটি সুকলমে চলাই নিবলৈ সকলোৰে উপস্থিতি তথা সহায় সহযোগিতা শ্ৰদ্ধাৰে কামনা কৰিলোঁ।
#জয়জুবিনদা