Nagaon Zilla Yoga Santha

Nagaon Zilla Yoga Santha Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Nagaon Zilla Yoga Santha, Sports, Nagaon.

১৯৯১ চনতে প্ৰতিষ্ঠা লাভ কৰা নগাঁও জিলা যোগ সন্থাই আয়োজন কৰা Nagaon Zilla Yoga Santha  ২৯তম আন্তঃজিলা যোগাসন ক্ৰীড়া চেম...
22/08/2026

১৯৯১ চনতে প্ৰতিষ্ঠা লাভ কৰা নগাঁও জিলা যোগ সন্থাই আয়োজন কৰা Nagaon Zilla Yoga Santha
২৯তম আন্তঃজিলা যোগাসন ক্ৰীড়া চেম্পিয়নশ্বিপ ২০২৬

২৯তম আন্তঃজিলা যোগাসন ক্ৰীড়া চেম্পিয়নশ্বিপ ২০২৬ অহা ২৮ আগষ্টৰ পৰা ৩০ আগষ্ট ২০২৬ লৈ নগাঁওৰ নিৰ্বাণ ষ্টেট যোগ কেন্দ্ৰ (MY Bharat Kendra, Nagaon)-ত অনুষ্ঠিত হ’ব।

এই প্ৰতিযোগিতাখন নগাঁও জিলা যোগ সন্থাৰ দ্বাৰা আয়োজিত আৰু অসম যোগ সন্থাৰ অধীনত অনুষ্ঠিত হ’ব।

তাৰিখ: ২৮–৩০ আগষ্ট, ২০২৬
স্থান: নিৰ্বাণ, ষ্টেট যোগ কেন্দ্ৰ (MY Bharat Kendra, নগাঁও)
আয়োজক: নগাঁও জিলা যোগ সন্থা
অধীনত: অসম যোগ সন্থা
সংযুক্ত: Yoga Federation of India আৰু Assam Olympic Association

সকলো জিলা যোগ সন্থাৰ খেলুৱৈ, প্ৰশিক্ষক আৰু বিষয়ববীয়াক উক্ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি অনুষ্ঠানটো সফল কৰি তুলিবলৈ আন্তৰিকভাৱে আহ্বান জনোৱা হৈছে।
Assam Yoga Association
Assam Olympic Association
Yoga Federation of India
Prabhat Bora
Ashok Kumar Aggarwal

16/07/2026
News coverage
16/07/2026

News coverage

10-12
15/07/2026

10-12

8-10 Boys & Girls
15/07/2026

8-10 Boys & Girls

Below 8 YEARS Boys & Girls Yogasana
14/07/2026

Below 8 YEARS Boys & Girls Yogasana

Above 60 Years Men & Women Yogasana Competition group.
13/07/2026

Above 60 Years Men & Women Yogasana Competition group.

Day 2.
13/07/2026

Day 2.

Address

Nagaon
782001 TO 782003

Website

Alerts

Be the first to know and let us send you an email when Nagaon Zilla Yoga Santha posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category