Taekwondo Dojang Assam

Taekwondo Dojang Assam Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Taekwondo Dojang Assam, Martial Arts School, Rash field, NEAR CIVIL HOSPITAL RAIL GATE, kachalukhuwa, Nagaon.

Taekwondo Dojang Assam's Pride Mrinmoy, Aranya and Priyansh
12/09/2024

Taekwondo Dojang Assam's Pride Mrinmoy, Aranya and Priyansh

বহুত বহুত ধন্যবাদ  মৃন্ময়, অৰণ্য আৰু প্ৰিয়ান্স। আমি তোমালোক ক লৈ আজি গৌৰৱ অনুভৱ কৰিছো। তোমালোকে আজি Taekwando Dojang As...
12/09/2024

বহুত বহুত ধন্যবাদ মৃন্ময়, অৰণ্য আৰু প্ৰিয়ান্স। আমি তোমালোক ক লৈ আজি গৌৰৱ অনুভৱ কৰিছো। তোমালোকে আজি Taekwando Dojang Assam ৰ নাম গোটেই ভাৰতবৰ্ষতে জিলিকালা। লগতে অসম তথা নগাওঁ ৰ মান ৰাখিলা ।আগুৱাই যোৱা। Taekwando Dojang ৰ শুভ কামনা সদায় তোমালোকৰ লগত আছে। আমি কামেৰেহে পৰিচয় দিম।

ৰাষ্ট্ৰীয় পৰ্যায়ৰ taekwondo খেলত TAEKWONDO DOJANG ASSAM ৰ খেলুৱৈ ৰ সোণৰ পদক অৰ্জন উত্তৰ প্ৰদেশৰ কানপুৰত 16 আগষ্টৰ পৰা ...
26/08/2024

ৰাষ্ট্ৰীয় পৰ্যায়ৰ taekwondo খেলত TAEKWONDO DOJANG ASSAM ৰ খেলুৱৈ ৰ সোণৰ পদক অৰ্জন

উত্তৰ প্ৰদেশৰ কানপুৰত 16 আগষ্টৰ পৰা INDIA TAEKWONDO ই অনুষ্ঠিত কৰা 3 rd sub junior and cadet National championship 2024 -25 ত অসমৰ হৈ প্ৰতিনিধিত্ব কৰি SUB JUNIOR শাখাত নগাঁওৰ Taekwondo Dojang Assam ৰ ARANYA DUTTA, MRINMOY PAUL আৰু PRIYANSH BORO ই group poomsae ত Gold medal আৰু MRINMOY PAULয়ে যুটীয়াবাবে pair poomsae ত Silver medal পাবলৈ সক্ষম হৈছে। ৰাষ্ট্ৰীয় পদক প্ৰাপ্ত এই তিনিও গৰাকী খেলুৱৈৰ উপৰিও তেজপুৰত অনুষ্ঠিত হোৱা All Assam Taekwondo Championship 2024 ত পদক প্ৰাপ্ত আৰু অংশ গ্ৰহণ কৰা খেলুৱৈ সকলকো যোৱাকালি 25 আগষ্ট দেওবাৰে নগাঁও কছলুখোৱা ৰাস ফিল্ডত থকা Taekwondo Dojang Assam ৰ মুখ্য কাৰ্যালয়ত নগাঁও NSA ৰ সাধাৰন সম্পাদক শ্ৰী তপন কুমাৰ দাস, All Assam Power lifting ৰ working president শ্ৰী মনোজ কলিতা, Nagaon press club ৰ জ্যেষ্ঠ সাংবাদিক শ্ৰী কনক হাজৰিকা আৰু A J fitness ৰ স্বতাধিকাৰী আৰু প্ৰশিক্ষক শ্ৰী আকিপ ৰহমানৰ দেৱৰ উপস্থিতিত সম্বৰ্দ্ধনা জনোৱা হয়। সম্বৰ্দ্ধনা অনুষ্ঠানত উপস্থিত সকলোৱে Nagaon Taekwondo ৰ chief technical director আৰু Taekwondo Dojang Assam ৰ সভাপতি আৰু প্ৰশিক্ষক শ্ৰী ৰাজীব বৰা sir ক ভূয়সী প্ৰশংসা কৰে ।

22/07/2024

তেজপুৰত অনুষ্ঠিত হোৱা 2nd ALL ASSAM TAEKWONDO CHAMPIONSHIP 2024 ত নগাঁও জিলাৰ হৈ TAEKWONDO DOJANG ASSAM ৰ পৰা 28 জন খেলুৱৈ অংশগ্ৰহন কৰিছিল। ইয়াৰে 12 জনে gold, 9 জনে silver আৰু 4 জনে bronze ৰ পদক পাবলৈ সক্ষম হৈছে। গৌৰৱৰ বিষয় যে Taekwondo Dojang Assam ৰ 3 জন খেলুৱৈ আগন্তুক NATIONAL CHAMPIONSHIP ৰ বাবে যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হৈছে।

NAGAON DISTRICT TEAM SELECTION TOURNAMENT 2024
01/07/2024

NAGAON DISTRICT TEAM SELECTION TOURNAMENT 2024

Harsha and Rupa উত্তৰ পূবৰ (ভাৰতৰ ) গৌৰৱ । congratulations  👏👏👏
15/05/2024

Harsha and Rupa উত্তৰ পূবৰ (ভাৰতৰ ) গৌৰৱ । congratulations 👏👏👏

First Historical Achievement for India in Entire Taekwondo Family.
Congratulations on winning the Silver medal 🥈at the 8th Asian Taekwondo Poomsae Championship in 2024!
That's an impressive achievement.
Congratulations Won a Silver Medal 🥈
Recognised Poomsae O30 Female Team
Harsha Singha
Usha Dhamanaskar
Sita
Date:- 14th TO 19th May, 2024
Venue :- De nang vietnam



14/05/2024

Congratulations on winning the bronze medal at the 8th Asian Taekwondo Poomsae Championship in 2024! That's an impressive achievement.
Congatulations Won a Bronze medal
Rupa Bayor (U-30)
Date:- 14th TO 19th May, 2024
Venue :- De nang vietnam



14/05/2024
ADMISSION GOING ON...CONTACT...7002114981 /8638559751
23/03/2024

ADMISSION GOING ON...CONTACT...7002114981 /8638559751

Address

Rash Field, NEAR CIVIL HOSPITAL RAIL GATE, Kachalukhuwa
Nagaon
782001

Telephone

+917002114981

Website

Alerts

Be the first to know and let us send you an email when Taekwondo Dojang Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Taekwondo Dojang Assam:

Share