সুবাস-Xubax

সুবাস-Xubax An expanse for multifarious artistic and visionary creative souls

11/11/2025

নৱেম্বৰ মাহৰ ১৪ আৰু ১৫ তাৰিখে আয়োজিত ক্ৰমে শিশু ৰাস আৰু ভাওনা "দুৰ্যোধনৰ উৰুভংগ"লৈ সকলোকে সাদৰেৰে নিমন্ত্ৰণ জনালোঁ ।

゚viralシfypシ゚ ❤️💞❤️

09/11/2025

১৪/১৫ নৱেম্বৰ- সকলোকে সাদৰ নিমন্ত্ৰণ জনালোঁ । আপোনাসৱৰ উপস্থিতি আমাৰ বাবে আশীৰ্বাদ ।

05/11/2025
আজি "সুবাস"ৰ তৰফৰ পৰা নগাঁও জিলাৰ সন্মানীয় আয়ুক্ত দেৱাশীষ শৰ্মা ডাঙৰীয়াক সাক্ষাৎ কৰি "সুবাস"ৰ সম্পৰ্কে বিভিন্ন বিষয় ...
01/11/2025

আজি "সুবাস"ৰ তৰফৰ পৰা নগাঁও জিলাৰ সন্মানীয় আয়ুক্ত দেৱাশীষ শৰ্মা ডাঙৰীয়াক সাক্ষাৎ কৰি "সুবাস"ৰ সম্পৰ্কে বিভিন্ন বিষয় অৱগত কৰাৰ লগতে অহা ১৪ আৰু ১৫ নবেম্বৰ তাৰিখে "সুবাস"ৰ বাকৰিত অনুষ্ঠিত হ'বলগীয়া শিশু ৰাস আৰু ভাওনালৈ তেখেতক নিমন্ত্ৰন জনোৱা হয়। সন্মানীয় মহোদয়ে আমাক অনুষ্ঠানটোত উপস্থিত থাকিব বুলি আশ্বাস দিয়াৰ লগতে "সুবাস" লৈ শুভেচ্ছা বাণী পঠিয়ায়।
১/১১/২০২৫

28/10/2025

সুবাসত শিশু ৰাসৰ আখৰা চলিছে পূৰ্ণগতিত
১৪ নৱেম্বৰ- ২০২৫
আহিব দেই সপৰিয়ালে আপোনাসৱ আমাৰ ৰাস খনি উপভোগ কৰিবলৈ।

In memory of Zubeen Garg, social worker Dr. Ashim Kumar Das gifted saplings of Mesua ferrea - নাহৰ (Indian Rose Chestnut...
22/10/2025

In memory of Zubeen Garg, social worker Dr. Ashim Kumar Das gifted saplings of Mesua ferrea - নাহৰ (Indian Rose Chestnut) to Xubax, placing them in the hands of our young members participating in this year’s Children’s Day Rakh. He also attended the rehearsal, making the event truly memorable.

21/10/2025

19/10/2025

Address

Raha Bazar Road, Raha Town
Nagaon
782103

Telephone

+918638062271

Website

Alerts

Be the first to know and let us send you an email when সুবাস-Xubax posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to সুবাস-Xubax:

Share