Nataraaj - a Dance Academy

Nataraaj - a Dance Academy https://youtu.be/PNzTr1lcKyM


*a sattriya dance school
*Modern & Semi classical dance forms in

25/06/2025

নটৰাজ নৃত্য সাধনা কেন্দ্ৰৰ চতুৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উপলক্ষে এখনি অনলাইন সত্ৰীয়া নৃত্য আৰু আধুনিক নৃত্যৰ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছিলে।

উক্ত প্ৰতিযোগিতাৰ ফলাফল সমূহ হৈছে -
সত্ৰীয়া নৃত্যৰ "ক" শাখাৰ প্ৰথম প্ৰতিযোগী - মানান্যা শৰ্মা ( নগাওঁ)
দ্বিতীয় প্ৰতিযোগী - বৰেণ্যা মুক্তীয়াৰ ( চামগুৰি)

আধুনিক নৃত্যৰ
"ক " শাখাৰ প্ৰথম প্ৰতিযোগী - পৰিণীতা বৰা ( তেলিয়াগাওঁ)
দ্বিতীয় প্ৰতিযোগী ( যুটীয়া ভাৱে) - বৰেণ্যা মুক্তিয়াৰ, দিয়াশ্ৰী বৰা ( পুৰণিগুদাম)

বিচাৰকৰ বিশেষ বঁটা ক্ৰমে - অনভিকা শৰ্মা , অঞ্চিকা শৰ্মা, অনুস্কা দেৱনাথ।

যিহেতু "খ" শাখাত দুৰ্ভাগ্য বশতঃ এগৰাকী প্ৰতিযোগীয়ে হে ভাগ ললে। গতিকে তেওঁক আমি আমাৰ তৰফৰ পৰা এটি বিশেষ বঁটা প্ৰদান কৰিম।
তেখেত হল - প্ৰাচুৰ্য্য বৰুৱা ( যমুনামুখ)

সকলো প্ৰতিযোগীলৈ নটৰাজ নৃত্য সাধনা কেন্দ্ৰৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে তেওঁলোকৰ উজ্বল ভৱিষ্যত কামনা কৰিলোঁ।

আমাৰ বিচাৰক দ্বয় -
সঞ্জীৱন নেওঁগ, শোভাংগী কেওঁট

21/05/2025

আধুনিক নৃত্যৰ প্ৰতিযোগী
নাম - অঞ্চিকা শৰ্মা
বয়স - ৫ বছৰ ( ক শাখা )
স্থান - মিলনপুৰ, নগাওঁ

21/05/2025

আধুনিক নৃত্যৰ প্ৰতিযোগী
নাম - অনভিকা শৰ্মা
বয়স - ৫ বছৰ ( ক শাখা )
স্থান - মিলনপুৰ, নগাওঁ

20/05/2025

আধুনিক নৃত্যৰ প্ৰতিযোগী
নাম - দিয়াশ্ৰী বৰা
বয়স - ৮ বছৰ ( ক শাখা )
স্থান - পুৰণিগুদাম

20/05/2025

আধুনিক নৃত্যৰ প্ৰতিযোগী
নাম - অনুস্কা দেৱনাথ
বয়স -১০ বছৰ ( শাখা ক)
স্থান - আমনি

20/05/2025

সত্ৰীয়া নৃত্যৰ প্ৰতিযোগী
নাম - মানান্যা শৰ্মা
বয়স - ১০ বছৰ ( ক শাখা )
স্থান - মিলনপুৰ , নগাওঁ

20/05/2025

আধুনিক নৃত্যৰ প্ৰতিযোগী
পৰিণীতা বৰা
বয়স -৭ বছৰ ( ক শাখা )
স্থান - পুৰণিগুদাম

14/05/2025

সত্ৰীয়া নৃত্য প্ৰতিযোগী - বৰেণ্যা মুক্তিয়াৰ
ক শাখা - ৭ বছৰ
স্থান - চামগুৰি

08/05/2025

নটৰাজ নৃত্য সাধনা কেন্দ্ৰৰ চতুৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উপলক্ষে এখনি অনলাইন সত্ৰীয়া নৃত্য আৰু আধুনিক নৃত্যৰ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।

প্ৰতিযোগিতাৰ নিয়মাৱলী সমূহ হৈছে -

সত্ৰীয়া নৃত্যৰ প্ৰতিযোগিতা -
১/ক শাখা - ৬ বছৰৰ পৰা ১০ বছৰলৈ
কৃষ্ণ নাচ, ঝুমুৰা নাচ (ৰামদানি)
২/খ শাখা - ১১ বছৰৰ পৰা ২৫ বছৰলৈ
চালি নাচ ( ৰামদানি) , গোঁসাই প্ৰৱেশ
৩/শুদ্ধ পৰম্পৰাগত সাজপাৰ পৰিধান কৰিব লাগিব
৪/নৃত্যত ব্যৱহৃত অলংকাৰহে কেৱল পৰিধান কৰিব পাৰিব।

আধুনিক নৃত্যৰ প্ৰতিযোগিতা -
১/ক শাখা - ৬ বছৰৰ পৰা ১০ বছৰলৈ
২/খ শাখা - ১১ বছৰৰ পৰা ২৫ বছৰলৈ
৩/বয়স উপযোগী গীততহে নৃত্য পৰিৱেশন কৰিব লাগিব।
৪/মাৰ্জিত সাজপাৰ পৰিধান কৰিব লাগিব।

দুয়োটা প্ৰতিযোগিতাত ৫ টাকৈ পুৰস্কাৰ নিৰ্ধাৰণ কৰা হৈছে -
প্ৰথম , দ্বিতীয়, তৃতীয়
আৰু বিচাৰকৰ বিশেষ বঁটা ।

ভৰ্তি মাছুল - মাত্ৰ ৩০০ টকা
ভৰ্তি মাছুল সমূহ অনলাইন যোগে 7636806922 নম্বৰত প্ৰেৰণ কৰিব লাগিব।
যোগাযোগ - 7636806922

১০ মে' ৰ পৰা ২০ মে' ৰ ভিতৰত ভিদিঅ' সমূহ তলত দিয়া নম্বৰ কেইটাত প্ৰেৰণ কৰিব লাগিব :-

8472016452
7576066451
7664806072

নটৰাজ নৃত্য সাধনা কেন্দ্ৰৰ ফেচবুক পেজত ভিদিঅ' সমূহ আপলোড কৰা হব ।

কোনো ধৰণৰ লাইক, কমেণ্টৰ উপৰত প্ৰতিযোগী নিৰ্বাচন কৰা নহয়।

বিচাৰকৰ সিদ্ধান্তই চূড়ান্ত পৰ্য্যায়ৰ সিদ্ধান্ত বুলি গণ্য কৰা হব।

কেৱল মাত্ৰ পেজ খনত ভিদিঅ' টো আপলোড হোৱাৰ পিছত share কৰাটো বাধ্যতামূলক

ধন্যবাদেৰে
নটৰাজ নৃত্য সাধনা কেন্দ্ৰ ~

নটৰাজ নৃত্য সাধনা কেন্দ্ৰৰ তৰফৰ পৰা সকলোকে বিশ্ব পৰিৱেশ দিৱসৰ শুভেচ্ছা জনালোঁ।
05/06/2024

নটৰাজ নৃত্য সাধনা কেন্দ্ৰৰ তৰফৰ পৰা সকলোকে বিশ্ব পৰিৱেশ দিৱসৰ শুভেচ্ছা জনালোঁ।

Address

Nagaon
782141

Telephone

+917636806922

Website

Alerts

Be the first to know and let us send you an email when Nataraaj - a Dance Academy posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Nataraaj - a Dance Academy:

Share

Category