Dhinggaon Volleyball Coaching Centre -DVCC

Dhinggaon Volleyball Coaching Centre -DVCC ভলীবল ক্ৰীড়াৰ ক্ষেত্ৰত অভিজ্ঞ প্ৰশিক্ষক , খেলুৱৈ সকলৰ দ্বাৰা পৰিচালিত নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান ।

19/09/2025
29/11/2024
Our Alumni Volleyball player SHIRAJUL ISLAM now working at ASSAM POLICE.. today he visited our practice ground and motiv...
07/09/2024

Our Alumni Volleyball player SHIRAJUL ISLAM now working at ASSAM POLICE.. today he visited our practice ground and motivated us.. thank you so much for your wishes and blessings to our players
Let's play volleyball together 🏐

Happy Independence Day .2024
15/08/2024

Happy Independence Day .
2024

Day - 2 Dagaon AK High School .
02/08/2024

Day - 2
Dagaon AK High School .

Day - 1 Dagaon AK High School.
01/08/2024

Day - 1
Dagaon AK High School.

নগাঁও জিলাৰ উত্তৰ পশ্চিম অঞ্চলত পূৰ্বৰে পৰাই ভলীবল খেলবিধ খুৱেই জনপ্ৰিয় এটি খেল।আমাৰ এই অঞ্চলৰ বহুতো স্বনামধন্য খেলুৱৈ ...
30/07/2024

নগাঁও জিলাৰ উত্তৰ পশ্চিম অঞ্চলত পূৰ্বৰে পৰাই ভলীবল খেলবিধ খুৱেই জনপ্ৰিয় এটি খেল।
আমাৰ এই অঞ্চলৰ বহুতো স্বনামধন্য খেলুৱৈ সকলে অতিজৰে পৰাই ভলীবল খেলৰ লগত জড়িত হৈ আছে।
আৰু আমিও বিগত দীৰ্ঘ সময়ৰ পৰা ভলীবলৰ লগত ওতপ্ৰোতভাৱে জড়িত হৈ আছোঁ ।
বৰ্তমান আমাৰ চামটোৱে খেলুৱৈ জীৱন সমাপ্তিৰ পৰ্যায়ত।
আমাৰ এই অঞ্চলৰ পৰা ভবিষ্যতেও যাতে ভলীবল খেলুৱৈৰ উৎপত্তি হৈ বৃহত্তৰ অঞ্চলৰ ঐতিহ্য আৰু গৰিমা অটুট ৰাখিব পাৰে তাৰে চিন্তা কৰি অহা ইংৰাজী ১ আগষ্ট ২০২৪ তাৰিখৰ পৰা দগাওঁ এ কে হাইস্কুল খেল পথাৰত DVCC ৰ সহযোগত " সাময়িক ভলীবল প্ৰশিক্ষণ শিবিৰ" আৰম্ভ কৰাৰ মনস্থ কৰিছোঁ।
গতিকে সমূহ ক্ৰীড়া প্ৰেমী ৰাইজ, ক্ৰীড়া সংগঠকৰ লগতে প্ৰাক্তন তথা বৰ্তমান খেলুৱৈ সকলৰ সহায় সহযোগিতা ও দিশা পৰামৰ্শ আমি আন্তৰিকতাৰে কামনা কৰিছোঁ।
বৃহত্তৰ অঞ্চলৰ অভিভাৱক সকলক নিজৰ সন্তানৰ নাম পঞ্জীয়ন কৰিবলৈ আহ্বান জনালোঁ।

বিদ্ৰ: ১৭ বছৰ তলৰ ল'ৰা আৰু ছোৱালী উভয় খেলুৱৈৰ নাম অন্তৰ্গত কৰা হ'ব।

ধন্যবাদেৰে
চৈয়দ জামান খান 📲 call number 6000651839
মূখ্য ভলীবল প্ৰশিক্ষক।
আজমল কবিৰ।
মোন্না খান।
আছিফ খান।
সহকাৰী প্ৰশিক্ষক।

আমাৰ খেলুৱৈ আমাৰ গৌৰৱ
18/03/2024

আমাৰ খেলুৱৈ আমাৰ গৌৰৱ

Address

Nagaon
782003

Telephone

+919101033052

Website

Alerts

Be the first to know and let us send you an email when Dhinggaon Volleyball Coaching Centre -DVCC posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share