BCA

BCA BHURAGAON CRICKET ASSOCIATION
REGISTRATION OF SOCIETIES ACT XXI OF 1860
Regf No.: RS/MRGI245/RFS of 2026-2027
UBIN: 296/358054/NOPAN/5/2026

আমাৰ BHURAGAON CRICKET ASSOCIATION এতিয়া ভাৰত চৰকাৰৰ তথ্য আৰু প্ৰযুক্তি বিভাগৰ Digital Plateform   ত উপলব্ধ। আপুনি খেলু...
12/08/2026

আমাৰ BHURAGAON CRICKET ASSOCIATION এতিয়া ভাৰত চৰকাৰৰ তথ্য আৰু প্ৰযুক্তি বিভাগৰ Digital Plateform ত উপলব্ধ। আপুনি খেলুৱৈ হিচাপে Registration কৰাৰ পিছত Registration Certificate, Player Identity Card আদি কৰি আপোনাৰ সকলো বস্তু এতিয়াৰ পৰা Digilocker পৰা Download কৰি ল'ব পাৰিব।

Digilocker গৈ Search বাৰত Search কৰিব BHURAGAON CRICKET ASSOCIATION তাত সবিশেষ তথ্য দাখিলৰ পিছত চাব পাৰিব।



BHURAGAON CRICKET ASSOCIATION
04/07/2026

BHURAGAON CRICKET ASSOCIATION

সকলো জল্পনা কল্পনাৰ অন্ত পেলাই অৱশেষত আমাৰ BSB BPL খেল অনুষ্ঠিত কৰাৰ বাবে BSB Group of Industries ৰ অধীনস্থ BHURAGAON CR...
02/07/2026

সকলো জল্পনা কল্পনাৰ অন্ত পেলাই অৱশেষত আমাৰ BSB BPL খেল অনুষ্ঠিত কৰাৰ বাবে BSB Group of Industries ৰ অধীনস্থ BHURAGAON CRICKET ASSOCIATION নামেৰে Sports Club Registration হ'ল।

চৰকাৰী ভাৱে পঞ্জীয়নভুক্ত বেচৰকাৰী সংস্থায়ে ভৱিষ্যতে আমাক আৰু দুগুণে উৎসাহেৰে খেল অনুষ্ঠিত কৰাৰ বাবে অনুপ্ৰাণিত কৰিব।

Join us....
01/07/2026

Join us....

Follow BHURAGAON CRICKET ASSOCIATION's WhatsApp channel. BHURAGAON CRICKET ASSOCIATION
REGISTRATION OF SOCIETIES ACT XXI OF 1860
Regf No.: RS/MRGI245/RFS of 2026-2027
UBIN: 296/358054/NOPAN/5/2026. Join 29 followers for the latest updates.

BSB BPL SEASON-V ৰ সফল সামৰণিৰ বাবে সকলো শ্ৰেণীৰ শ্ৰদ্ধাৰ দৰ্শকলৈ ধন্যবাদ ও কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। অহা বছৰ SEASON-VI  ত...
01/07/2026

BSB BPL SEASON-V ৰ সফল সামৰণিৰ বাবে সকলো শ্ৰেণীৰ শ্ৰদ্ধাৰ দৰ্শকলৈ ধন্যবাদ ও কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।

অহা বছৰ SEASON-VI ত আকৌ লগ পোৱাৰ আশাৰে বাট চাম ।

27/06/2026

Address

Bordubatoop, Bhuragaon
Morigaon
782121

Alerts

Be the first to know and let us send you an email when BCA posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to BCA:

Shortcuts

Share

Category