Kala Mandir

Directions Contact the business

Kala Mandir Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Kala Mandir, Dance School, Moranhat.

During Performance...
31/05/2026

During Performance...

27/05/2026

REEL DAY 3

26/05/2026

REEL DAY 2

22/05/2026

REEL DAY 1

21/05/2026

A Tribute to Dr. Bhupen Hazarika🙏

20/05/2026

আমাৰ লক্ষ্য হৈছে — পৰম্পৰা আৰু আধুনিকতাৰ মাজত এক সেতু নিৰ্মাণ কৰি গুৰু দুজনাৰ সৃষ্টিৰাজি সত্ৰীয়া নৃত্যৰ পবিত্ৰ সৌন্দৰ্য, আধ্যাত্মিক গভীৰতা আৰু শাস্ত্ৰীয় মৰ্যাদাক বিশ্বৰ প্ৰতিটো কোণ লৈ আগবঢ়াই নিয়া । এই ডিজিটেল যাত্ৰাৰ মাধ্যমেৰে আমি অসমৰ সত্ৰীয়া সাংস্কৃতিক আগন্তুক যুগলৈ সুৰক্ষিতভাৱে আগবঢ়াই নিব বিচাৰোঁ। এই যাত্ৰাত আপোনাসৱৰ সু-দিহাপৰামৰ্শ , মৰম আৰু সহযোগীতা একান্তই কামনা কৰিলোঁ।

এই ক্ষেত্ৰত #উত্তৰ_কমলাবাৰী_সত্ৰৰ সহযোগী ভকত বৈষ্ণৱ সকলৰ লগতে বিশেষভাৱে সহযোগীতা আগবঢ়োৱা Mukunda Saikia Barbayan দাদা লৈ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ🙏

Our vision is to build a bridge between tradition and modernity by carrying forward the creative legacy of our Gurus and sharing the sacred beauty, spiritual depth, and classical dignity of Sattriya dance with every corner of the world. Through this digital journey, we aspire to preserve and promote Assam’s rich Sattriya cultural heritage for future generations. We sincerely seek your valuable guidance, love, and support in this journey.

Page খন Follow কৰিবআপোনাৰ ঘৰৰ পৰাই Social Platform ৰ যোগেদি সত্ৰীয়া নৃত্য শিক্ষাৰ লগতে সত্ৰীয়া সংস্কতিৰ জ্ঞান অজৰ্ন কৰ...
18/05/2026

Page খন Follow কৰিব
আপোনাৰ ঘৰৰ পৰাই Social Platform ৰ যোগেদি সত্ৰীয়া নৃত্য শিক্ষাৰ লগতে সত্ৰীয়া সংস্কতিৰ জ্ঞান অজৰ্ন কৰিব পাৰিব।

অসমৰ বিভিন্ন প্ৰান্তৰ পৰা সত্ৰীয়া সংস্কতিৰ পণ্ডিত সকলৰ লগতে সাধক সকলে মূল্যৱান শিক্ষা প্ৰদান কৰিব।

আমাৰ এই যাত্রাত আপোনসৱৰ সহযোগীতা আৰু সু দিহা পৰামৰ্শ একান্তই কামনা কৰিলো।

Conducted By :
Chandan Chaya Konwar

Produced By
Kala Mandir Multi Art's Studio
Unit Of
(OPC) Private Limited

Thank You🙏

🙏🙏

Address

Moranhat
785670

Website

Alerts

Be the first to know and let us send you an email when Kala Mandir posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Kala Mandir:

Shortcuts

Share

Category