Ghilaguri WUSHU Club ঘিলাগুৰি উশ্বু ক্লাৱ

  • Home
  • India
  • Moran
  • Ghilaguri WUSHU Club ঘিলাগুৰি উশ্বু ক্লাৱ

Ghilaguri WUSHU Club ঘিলাগুৰি উশ্বু ক্লাৱ MARTIAL ART 🥋
GHILAGURI WUSHU CLUB
ESTD - 2025
PLACE - GHILAGURI HIGH SCHOOL PLAYGROUND

23/12/2025

19/11/2025

প্ৰশিক্ষণ হৈ আছে আগ্ৰহী সকলে যোগাযোগ কৰিব।

15/09/2025

ঘিলাগুৰি উশ্বু ক্লাৱৰ তত্বাৱধানত উশ্বু প্ৰশিক্ষণ হৈ আছে আগ্ৰহী সকলে যোগাযোগ কৰিব পাৰে।

সফলতা।
15/09/2025

সফলতা।

ASMITA KHELO INDIA WOMEN'S WUSHU প্ৰতিযোগিতাত "ঘিলাগুৰি উশ্বু ক্লাৱত" প্ৰশিক্ষণৰত "আস্থা বৰগোহাঁই" আৰু "ছায়মণি বৰুৱাই" ...
07/09/2025

ASMITA KHELO INDIA WOMEN'S WUSHU প্ৰতিযোগিতাত "ঘিলাগুৰি উশ্বু ক্লাৱত" প্ৰশিক্ষণৰত "আস্থা বৰগোহাঁই" আৰু "ছায়মণি বৰুৱাই" TAOLU শাখাত "ৰূপৰ পদক" লাভ কৰিবলৈ সক্ষম হোৱাত আমাৰ তৰফৰ পৰা বহুত বহুত শুভেচ্ছা আৰু অভিনন্দন জনোৱাৰ লগতে আগন্তুক দিনৰ শুভকামনা জনালোঁ।

ঘিলাগুৰি উশ্বু ক্লাৱৰ খেলুৱৈ সকলৰ বাবে এয়া অতিকৈ আনন্দৰ খবৰ।
জয়তু ঘিলাগুৰি উশ্বু ক্লাৱ 🚩🚩




Congratulations Abhijit BuragohainBronze Medal - 60 KG Boys১২ সংখ্যক এছিয়ান জুনিয়ৰ উশ্বু চেম্পিয়নশ্বিপত অভিজিত বুঢ়াগ...
30/07/2025

Congratulations Abhijit Buragohain
Bronze Medal - 60 KG Boys
১২ সংখ্যক এছিয়ান জুনিয়ৰ উশ্বু চেম্পিয়নশ্বিপত অভিজিত বুঢ়াগোহাঁই ৬০ কেজি শাখাত ব্ৰঞ্জ পদক লাভ কৰে। অভিজিতলৈ আমাৰ তৰফৰ পৰা শুভেচ্ছা জনালোঁ।

Ghilaguri WUSHU Club ঘিলাগুৰি উশ্বু ক্লাৱ  উদ্যোগত যোৱা ৬ জুলাই পৰা ২৬ জুলাই ২০২৫ লৈ অনুষ্ঠিত হোৱা সমৰ কলা উশ্বু প্ৰশিক্...
29/07/2025

Ghilaguri WUSHU Club ঘিলাগুৰি উশ্বু ক্লাৱ উদ্যোগত যোৱা ৬ জুলাই পৰা ২৬ জুলাই ২০২৫ লৈ অনুষ্ঠিত হোৱা সমৰ কলা উশ্বু প্ৰশিক্ষণ শিবিৰৰ ২৬ জুলাইৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকে অসম চৰকাৰৰ সন্মানীয় কেবিনেট মন্ত্ৰী যোগেন মহন ডাঙৰীয়া, 10th Moscow Star International Wushu Championship 2025 ত ৰূপৰ পদক বিজয়ী কাশ্যপী সোণোৱাল, ৰাষ্ট্ৰীয় উশ্বু প্ৰতিযোগিতাত পদক বিজয়ী নিবিড় কুমাৰ গগৈ চৰাইদেউ জিলা উশ্বু সন্থাৰ প্ৰতিষ্ঠাপক ও সাধাৰণ সম্পাদক তথা ৰাষ্ট্ৰীয় বিচাৰক আৰু প্ৰশিক্ষক ৱাংমেন ৱাংচু ডাঙৰীয়া, ৰাষ্ট্ৰীয় বিচাৰক আৰু প্ৰশিক্ষক দিলীপ ৰাজবংশী ডাঙৰীয়াৰ লগতে ঘিলাগুৰি উশ্বু ক্লাৱৰ উপদেষ্টা প্ৰদীপ মছাম ফুকন ডাঙৰীয়া।লগতে চৰাইদেউ জিলা উশ্বু সন্থাৰ সভাপতি আৰু উপ সভাপতিৰ লগতে কেইবাজনো বিশিষ্ট অতিথি উপস্থিত থাকে।

26/07/2025

Address

Place/Ghilaguri High School Playground , Village/Moudumoni, P. O./Moudumoni, PIN-, P. S/Moranhat, Dist/CHARAIDEO
Moran
785673

Website

Alerts

Be the first to know and let us send you an email when Ghilaguri WUSHU Club ঘিলাগুৰি উশ্বু ক্লাৱ posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share