Aulachowka Ancholik Khrida Santha আউলাচৌকা আঞ্চলিক ক্ৰীড়া সন্থা

  • Home
  • India
  • Mangaldai
  • Aulachowka Ancholik Khrida Santha আউলাচৌকা আঞ্চলিক ক্ৰীড়া সন্থা

Aulachowka Ancholik Khrida Santha আউলাচৌকা আঞ্চলিক ক্ৰীড়া সন্থা Sports

আউলাচৌকা আঞ্চলিক ক্ৰীড়া সন্থাৰ ভলীবল খেলুৱৈ সকলে আউলাচৌকা গাওঁ পঞ্চায়তৰ সভানেত্ৰী ৰেখা ৰানী দেৱী বাইদেউক সাক্ষাৎ কৰে। ...
26/06/2026

আউলাচৌকা আঞ্চলিক ক্ৰীড়া সন্থাৰ ভলীবল খেলুৱৈ সকলে আউলাচৌকা গাওঁ পঞ্চায়তৰ সভানেত্ৰী ৰেখা ৰানী দেৱী বাইদেউক সাক্ষাৎ কৰে। ইউনিচেফৰ জড়িয়তে ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ সহযোগত সমগ্ৰ অসমতে শিশুৰ অধিকাৰ, শিক্ষা, স্বাস্থ্য, ক্ৰীড়া, শিশু সম্বন্ধীয় বিভিন্ন সমস্যা, বিভিন্ন অপৰাধ আদিৰ সজাগতাৰ বাবে বিভিন্ন কাৰ্যসূচী চলি আছে, আউলাচৌকা আঞ্চলিক ক্ৰীড়া সন্থাৰ জড়িয়তেও এই অভিযানত সহযোগ কৰা হৈছে। Brahmaputra Volleyball League UNICEF UNICEF India

আউলাচৌকা আঞ্চলিক ক্ৰীড়া সন্থা আৰু দৰং জিলা পতঞ্জলি যোগ সমিতিৰ উদ্যোগত ইউনাইটেড ক্লাব আউলাচৌকা তথা আউলাচৌকা শিৱ মন্দিৰ প...
21/06/2026

আউলাচৌকা আঞ্চলিক ক্ৰীড়া সন্থা আৰু দৰং জিলা পতঞ্জলি যোগ সমিতিৰ উদ্যোগত ইউনাইটেড ক্লাব আউলাচৌকা তথা আউলাচৌকা শিৱ মন্দিৰ প্ৰাংগনত দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হয়।

দৰঙৰ পৰা আউলাচৌকা আঞ্চলিক ক্ৰীড়া সন্থাৰ ভলীবল খেলুৱৈ গীতাশ্ৰী বড়া আৰু নিমিষা শ‌ইকীয়া লগতে হাজৰিকাপাৰা ভলীবল কোচিং চেন...
29/04/2026

দৰঙৰ পৰা আউলাচৌকা আঞ্চলিক ক্ৰীড়া সন্থাৰ ভলীবল খেলুৱৈ গীতাশ্ৰী বড়া আৰু নিমিষা শ‌ইকীয়া লগতে হাজৰিকাপাৰা ভলীবল কোচিং চেন্টাৰৰ কেইবা গৰাকীয়ে সুখ্যাতিৰে উত্তীৰ্ণ হৈ খবৰ কাগজত নাম সন্নিৱিষ্ট কৰাত আনন্দিত হলো। আউলাচৌকা আঞ্চলিক ক্ৰীড়া সন্থাৰ তৰফৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হোৱা প্ৰতিগৰাকী খেলুৱৈক অভিনন্দন জনালো। Brahmaputra Volleyball League

05/04/2026

Inter-District Beach Volleyball Championship: Dibrugarh (Women) and Hailakandi (Men) emerge as Champions
Sports Correspondent, Dainandin Barta, Nalbari, March 29:
Organized by the Ghilamara Sports Association of Lakhimpur district under the supervision of the Assam Volleyball Association, the 6th Inter-District (Men’s and Women’s) Beach Volleyball Championship was held on the banks of the Champara River at Ghilamara, Lakhimpur, despite adverse weather conditions.
In the women’s final, Dibrugarh defeated Dhemaji in straight sets (21–17, 21–19) to claim the championship title. The Best Player award was won by Nisha Kumari Balmiki of Dibrugarh. Earlier, in the first semifinal, Dibrugarh defeated Barpeta (21–4, 22–20), while in the second semifinal, Dhemaji beat Sivasagar (21–4, 21–6) to enter the final.
In the men’s final, Hailakandi defeated Tezpur in straight sets (21–17, 21–10) to win the championship title. The Best Player award was secured by Swapnil Hazarika of Hailakandi.
The prize distribution ceremony was attended by several distinguished guests, including Putul Barua, Treasurer of the Assam Volleyball Association; Dhanjit Kumar Das, Secretary of the Referee Board; and Pradip Chamuah, President of the Ghilamara Sports Association, among others.



ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ ১৬ বছৰ উৰ্ধৰ দৰং জিলাৰ প্ৰতিযোগিতাত আউলাচৌকা আঞ্চলিক ক্ৰীড়া সন্থাৰ ল'ৰা আৰু ছোৱালীৰ দুয়োটা শাখা...
09/02/2026

ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ ১৬ বছৰ উৰ্ধৰ দৰং জিলাৰ প্ৰতিযোগিতাত আউলাচৌকা আঞ্চলিক ক্ৰীড়া সন্থাৰ ল'ৰা আৰু ছোৱালীৰ দুয়োটা শাখাত অংশগ্ৰহণ কৰে। আজি হাজৰিকাপাৰা ভলীবল কোচিং চেন্টাৰৰ আতিথ্যত প্ৰতিযোগিতা খন সফল সমাপ্তি হয়। Brahmaputra Volleyball League Jyotirmoy Saikia Assam volleyball association new

29/01/2026

ষষ্ঠ সংস্কৰণৰ ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ চুড়ান্ত খেলত কপাহাৰা দল চেম্পিয়ন ৰূপে বিজয় সাব্যস্ত কৰাৰ মূহুৰ্তত। Brahmaputra Volleyball League Assam volleyball association new Jyotirmoy Saikia

Brahmaputra Volleyball League
29/01/2026

Brahmaputra Volleyball League

ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ জ'নেল খেল টংলা ভলীবল প্ৰশিক্ষণ কেন্দ্ৰৰ আতিথ্যত অনুষ্ঠিত হয়। দৰং, ওদালগুৰি আৰু শোণিতপুৰ জিলাৰ ১২...
05/01/2026

ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ জ'নেল খেল টংলা ভলীবল প্ৰশিক্ষণ কেন্দ্ৰৰ আতিথ্যত অনুষ্ঠিত হয়। দৰং, ওদালগুৰি আৰু শোণিতপুৰ জিলাৰ ১২ বছৰ অনুৰ্ধ্ব ল'ৰা আৰু ছোৱালীৰ জিলা চেম্পিয়ন দলৰ মাজত এই প্ৰতিযোগিতা অনুষ্ঠিত হয়।
দৰং জিলাৰ চেম্পিয়ন হিচাপে আউলাচৌকা আঞ্চলিক ক্ৰীড়া সন্থাৰ ছোৱালী দলে অংশগ্ৰহণ কৰে। Brahmaputra Volleyball League Jyotirmoy Saikia

Address

Aulachowka, Mangaldaoi, Darrang
Mangaldai

Website

Alerts

Be the first to know and let us send you an email when Aulachowka Ancholik Khrida Santha আউলাচৌকা আঞ্চলিক ক্ৰীড়া সন্থা posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category