01/06/2026
নৱম সদৌ অসম পেন্চাক চিলাট প্ৰতিযোগিতা:২০২৬-২৭ আমাৰ শতাধিক খেলুৱৈক থকা-মেলাৰ সুব্যৱস্থা কৰি দিয়াত উদ্যোক্তা লোৱা ঢেকিয়াজুলি জিলা ক্ৰীড়া সন্থাৰ সম জিলা আয়ুক্ত আৰু ট্ৰাক হন্থাৰ মেনেজাৰ মাননীয় শ্ৰীযুত হীৰেণ নাথ দেৱক এটি স্মাৰক প্ৰদান কৰা হ'ল। তেখেতৰ সুস্বাথ্য কামনা কৰিলো🙏