Diamond Sports VCC Majuli

Diamond Sports VCC Majuli মূ্দৈ বিল অঞ্চলত ভলী বল খেলৰ প্ৰতি ছাত্ৰ ছাত্ৰী সকলক আগ্ৰহী কৰিবৰ বাবে বিনা মূলিয়া প্ৰশিক্ষনৰ লক্ষ্য।

ব্ৰহ্মপুত্ৰ ভলী বলৰ জন্ম দাতা তথা প্ৰাক্তন ভাৰতীয় দলৰ অধিনায়ক অভিজিত ভট্টাচাৰ্য  ডাঙৰীয়াৰ কথা ছাত্ৰ সকলক মাজে মাজে কৈ...
30/01/2026

ব্ৰহ্মপুত্ৰ ভলী বলৰ জন্ম দাতা তথা প্ৰাক্তন ভাৰতীয় দলৰ অধিনায়ক অভিজিত ভট্টাচাৰ্য ডাঙৰীয়াৰ কথা ছাত্ৰ সকলক মাজে মাজে কৈ থাকো মানু্হ জন বহুত ওখ আৰু শিশু সকলক তেখেতে বহুত ভাল পাই। এইবাৰ তেখেতক ছুপাৰ লীগত নিচেই কাষৰ পাই কথা পতাৰ সুযোগ পালে।

7 জানুৱাৰী 2026 তাৰিখে মৰিগাঁওৰ মিকিৰ ভেটা চেণ্টাৰৰ ছাত্ৰ ছাত্ৰী তথা ,In charge  সহ অভিভাৱক সকলে মাজুলী সত্ৰ দৰ্শনৰ কৰি ...
11/01/2026

7 জানুৱাৰী 2026 তাৰিখে মৰিগাঁওৰ মিকিৰ ভেটা চেণ্টাৰৰ ছাত্ৰ ছাত্ৰী তথা ,In charge সহ অভিভাৱক সকলে মাজুলী সত্ৰ দৰ্শনৰ কৰি অমাৰ চেণ্টাৰৰ ছাত্ৰ ছাত্ৰী সকলৰ লগত প্ৰীতি মূলক ভলী বল খেল খেলি যায়।

World Children's Day was  successfully celebrated at our Diamond VCC Centre Mudoibil Majulil
21/11/2025

World Children's Day was successfully celebrated at our Diamond VCC Centre Mudoibil Majulil

6th  Inogration program at amtala.
07/11/2025

6th Inogration program at amtala.

16জুলাই2025 তাৰিখৰ পৰা এমহিয়া ভলী বল প্ৰশিক্ষণ শিবিৰ আমাৰ চেন্টাৰত অনুস্থিত হৈছে।ব্ৰহ্মপুত্ৰ ভলী বল লীগৰ উদ্যোগত অনুস্থি...
04/08/2025

16জুলাই2025 তাৰিখৰ পৰা এমহিয়া ভলী বল প্ৰশিক্ষণ শিবিৰ আমাৰ চেন্টাৰত অনুস্থিত হৈছে।ব্ৰহ্মপুত্ৰ ভলী বল লীগৰ উদ্যোগত অনুস্থিত হোৱা সভা খনিত উজনী মাজুলী খেৰকতিয়া মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক তথা প্ৰাক্তন ৰাষ্ট্ৰীয় হকী খেলুৱৈ অয়াঅ পেগু, চমহীয়াআটী আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ বিনোদ সেনাপতি, মিছিং Autonomous Councillor মাজুলীৰ সদস্য ত্ৰলোক্য পামেগাম , ভকতিদুৱাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা দীপালী তামূলী বাইদেউ, উজনী মাজুলী খণ্ডৰ Vice Chairmen পল্লবী দেৱী উপস্থিত থাকে । প্ৰশিক্ষণ প্ৰদান কৰিব মাজুলীৰ মাজুলী সুসন্তান কেশৱ চিন্তে ডাঙৰীয়াই।

03/03/2025
8 ডিচেম্বৰ 2024 তাৰিখে অসম ভলী বল সন্থাৰ সম্পাদক পুটুল বৰুৱা ছাৰ আমাৰ চেন্টাৰত আহি ছাত্ৰ ছাত্ৰী সকলৰ লগত মতবিনিময় কৰে। ল...
10/12/2024

8 ডিচেম্বৰ 2024 তাৰিখে অসম ভলী বল সন্থাৰ সম্পাদক পুটুল বৰুৱা ছাৰ আমাৰ চেন্টাৰত আহি ছাত্ৰ ছাত্ৰী সকলৰ লগত মতবিনিময় কৰে। লগতে আমাৰ পুথভঁৰালটো চাই আনন্দিত হয়।

SWACHHATA  HI SEVA2024 যোৱা 21ছেপ্টেম্বৰ তাৰিখে আমাৰ চেন্টাৰ মাজুলী জিলাৰ জন স্বাস্থ্য কাৰিকৰী বিভাগৰ দ্বাৰা অনুষ্ঠিত কৰ...
03/10/2024

SWACHHATA HI SEVA2024 যোৱা 21ছেপ্টেম্বৰ তাৰিখে আমাৰ চেন্টাৰ মাজুলী জিলাৰ জন স্বাস্থ্য কাৰিকৰী বিভাগৰ দ্বাৰা অনুষ্ঠিত কৰা ভলী বল প্ৰতি যোগিতাৰ পুৰস্কাৰ সমূহ মাজুলী জিলাৰ আয়ুক্ত মহোদয়ে প্ৰদান কৰে। জিলা ক্ৰিয়া বিষয়া মহোদয়ে আমাৰ চেন্টাৰ টো অনুষ্ঠি কৰিবলৈ দিয়াৰ সুবিধা প্ৰদান কৰাৰ বাবে তেখেতক ধন্যবাদ জনালোঁ।

3ছেপ্তেম্বৰত অভিৰুচি ক্ৰিয়া দিৱস টি মাজুলী জিলাৰ ক্ৰিয়া বিষয়া মহোদয়ে আমাৰ চেন্টাৰত অনুষ্ঠিত কৰাৰ বাবে অশেষ ধন্যবাদ।
09/09/2024

3ছেপ্তেম্বৰত অভিৰুচি ক্ৰিয়া দিৱস টি মাজুলী জিলাৰ ক্ৰিয়া বিষয়া মহোদয়ে আমাৰ চেন্টাৰত অনুষ্ঠিত কৰাৰ বাবে অশেষ ধন্যবাদ।

19/07/2024

BVL পঞ্চম বৰ্ষৰ প্ৰাকমূহুৰ্তত centre in charge সকলৰ মাজত বিশেষ বৈঠক মাধৱ দেৱ বিশ্ববিদ্যালয় নাৰায়নপুৰত।

Address

MudoiBill
Majuli-Bongaon
785105

Telephone

+919957369634

Website

Alerts

Be the first to know and let us send you an email when Diamond Sports VCC Majuli posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Diamond Sports VCC Majuli:

Share