16/08/2026
জগদুৱাৰ ফুটবল প্ৰশিক্ষণ কেন্দ্ৰ উদ্যোগত অনুষ্ঠিত হোৱা স্বগীয় টুখেশ্চৰ ভুঞা সোঁৱৰণী ১৩ বছৰ অনুৰ্ধ্ব ফুটবল প্ৰতিযোগিতাত কাকজান ফুটবল প্ৰশিক্ষণ কেন্দ্ৰ দলটো জগদুৱাৰ ফুটবল প্ৰশিক্ষণ দলটো লগত ট্টাইবেকাৰ ৪-২ গ'ল পৰাজিত সকলো খেলুৱৈ উপস্থিত ক্ৰীড়া প্ৰেমী ৰাইজৰ এখন সুন্দৰ খেল প্ৰদৰ্শন কৰে সকলো খেলুৱৈক মোৰ ফালৰপৰা আন্তৰিক অভিনন্দন জনালোঁ