Jorhat District Amateur Boxing Association

Jorhat District Amateur Boxing Association A association for promoting boxers

Happy Birthday Zubeen Garg
18/11/2025

Happy Birthday Zubeen Garg

জুবিনৰ অন্যোষ্টিক্ৰিয়া সম্পন্ন নোহোৱা পৰ্য্যন্ত যোৰহাট বক্সিঙৰ ৰিঙৰ কাষত দৈনিক গধুলী বন্তি প্ৰজ্বলন চলি থাকিব।
20/09/2025

জুবিনৰ অন্যোষ্টিক্ৰিয়া সম্পন্ন নোহোৱা পৰ্য্যন্ত যোৰহাট বক্সিঙৰ ৰিঙৰ কাষত দৈনিক গধুলী বন্তি প্ৰজ্বলন চলি থাকিব।

🔴চাৰিটা পদকেৰে নৱগঠিত ‘বিশ্ব বক্সিং’-এ প্ৰথমবাৰলৈ আয়োজন কৰা বিশ্ব চেম্পিয়নশ্বিপ সামৰিলে ভাৰতীয় দলে।🔴উদ্বোধনী সংস্কৰণতে ব...
14/09/2025

🔴চাৰিটা পদকেৰে নৱগঠিত ‘বিশ্ব বক্সিং’-এ প্ৰথমবাৰলৈ আয়োজন কৰা বিশ্ব চেম্পিয়নশ্বিপ সামৰিলে ভাৰতীয় দলে।
🔴উদ্বোধনী সংস্কৰণতে বিশ্ব চেম্পিয়নৰ খিতাপ দখল মীনাক্ষী হুডা আৰু জেচমিন লাম্ব’ৰিয়াৰ।
🔴নূপুৰ ছেওৰানে ৰূপ জয় কৰাৰ বিপৰীতে দেশবাসীক ব্ৰঞ্জ উপহাৰ দিলে পূজা ৰাণীয়ে।

সংক্ষেপে ভাৰতৰ পদক তালিকা —
🥇মীনাক্ষী হুডা (মহিলাৰ ৪৮ কিলো)
🥇জেচমিন লাম্ব’ৰিয়া (মহিলাৰ ৫৭ কিলো)
🥈নূপুৰ ছেওৰান (মহিলাৰ +৮০ কিলো)
🥉পূজা ৰাণী (মহিলাৰ ৮০ কিলো)

Happy Teachers day to u All🙏🏻. U ALL ARE MEAN TO Us
05/09/2025

Happy Teachers day to u All🙏🏻. U ALL ARE MEAN TO Us

Happy independence day to all
15/08/2025

Happy independence day to all

Some glimpses from 45th All Assam Inter District sub-junior boxing championship 2025
16/07/2025

Some glimpses from 45th All Assam Inter District sub-junior boxing championship 2025

26/05/2025
Need all your kind cooperation
15/05/2025

Need all your kind cooperation

18/2/2025 তাৰিখে ৩৮তম‌ ৰাষ্ট্ৰীয় ক্ৰীড়া মহোৎসৱত পদক অৰ্জন কৰা বক্সাৰ সকলক যোৰহাট এমেছাৰ বক্সিং সন্থাৰ তৰফৰ পৰা সম্বৰ্দ...
19/02/2025

18/2/2025 তাৰিখে ৩৮তম‌ ৰাষ্ট্ৰীয় ক্ৰীড়া মহোৎসৱত পদক অৰ্জন কৰা বক্সাৰ সকলক যোৰহাট এমেছাৰ বক্সিং সন্থাৰ তৰফৰ পৰা সম্বৰ্দ্ধনা জনোৱাৰ কিছু মূহুৰ্ত

Address

Jorhat Stadium
Jorhat
785001

Telephone

8011132535

Website

Alerts

Be the first to know and let us send you an email when Jorhat District Amateur Boxing Association posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category