চন্দ্ৰকলা Chandrakala

চন্দ্ৰকলা Chandrakala Basically, CHANDRAKALA is an institute of classical dance like Bharat Natyam, Kathak Dance & Satriya Dance along with Creative Dance.

02/10/2023

.

31st August, 2023  #ঘুংগুৰু_প্ৰদান চন্দ্ৰকলাৰ কথক নৃত্যৰ নতুন জেষ্ঠ ছাত্ৰী ডা: সঞ্জিতা হাজৰিকা  These students are inspi...
21/09/2023

31st August, 2023
#ঘুংগুৰু_প্ৰদান চন্দ্ৰকলাৰ কথক নৃত্যৰ নতুন জেষ্ঠ ছাত্ৰী ডা: সঞ্জিতা হাজৰিকা

These students are inspiring to others.

 #চন্দ্ৰকলা ৰ ২০২২-২০২৩ বৰ্ষৰ পৰীক্ষাৰ  #ফলাফল (পশ্চিমবংগৰ সুৰভাৰতী সংগীত কলাকেন্দ্ৰ বৰ্ডৰ অধীনত)চন্দ্ৰকলাৰ পৰীক্ষাৰ্থী ...
08/09/2023

#চন্দ্ৰকলা ৰ ২০২২-২০২৩ বৰ্ষৰ পৰীক্ষাৰ #ফলাফল (পশ্চিমবংগৰ সুৰভাৰতী সংগীত কলাকেন্দ্ৰ বৰ্ডৰ অধীনত)

চন্দ্ৰকলাৰ পৰীক্ষাৰ্থী সকলৰ ফলাফল -
মুঠ পৰীক্ষাৰ্থী ১৪৯ গৰাকীৰ ২৪ গৰাকীয়ে সোণৰ পদক লাভ কৰিছে।
ডিষ্টিংচন - ৩৪
প্ৰথম স্থান - ৯৫
দ্বিতীয় স্থান - ০৪
তৃতীয় স্থান - নাই
অনুত্তীৰ্ণ - ০২
অনুপস্থিত - ১৪

সকলো পৰীক্ষাৰ্থীলৈ অভিনন্দন জ্ঞাপন কৰিলোঁ।

23rd July 2023  ৃত্যৰ_অনুষ্ঠান চন্দ্ৰকলাৰ তিনি গৰাকী জেষ্ঠ ছাত্ৰীয়ে পৰিবেশন কৰিলে বন্দনা আৰু তাৰাণা। নৃত্যাঞ্জলী একাডেম...
24/07/2023

23rd July 2023 ৃত্যৰ_অনুষ্ঠান
চন্দ্ৰকলাৰ তিনি গৰাকী জেষ্ঠ ছাত্ৰীয়ে পৰিবেশন কৰিলে বন্দনা আৰু তাৰাণা।

নৃত্যাঞ্জলী একাডেমীৰ ৪ৰ্থ বৰ্ষপূৰ্তি অনুষ্ঠানত চন্দ্ৰকলা Chandrakala ক কথক নৃত্য পৰিৱেশনৰ বাবে নিমন্ত্ৰণ জনোৱাৰ বাবে অভিজিত বৰুৱা দেৱক ধন্যবাদ জ্ঞাপন কৰিলোঁ।

22/06/2023

২০ জুন ২০২৪
ৰাভা দিৱস, যোৰহাট সাংস্কৃতিক মঞ্চ
চন্দ্ৰকলাৰ ছাত্ৰীৰ কথক নৃত্যৰ আধাৰত ৰাভাদেৱৰ গীতত নৃত্য পৰিৱেশন

20th June, 2023 "যোৰহাট সাংস্কৃতিক মঞ্চ"ৰ ৰাভা দিৱসৰ অনুষ্ঠানত  #চন্দ্ৰকলাৰ কেইগৰাকীমান ছাত্ৰীৰ কথক নৃত্যৰ আধাৰত ৰাভাদেৱ...
22/06/2023

20th June, 2023
"যোৰহাট সাংস্কৃতিক মঞ্চ"ৰ ৰাভা দিৱসৰ অনুষ্ঠানত #চন্দ্ৰকলাৰ কেইগৰাকীমান ছাত্ৰীৰ কথক নৃত্যৰ আধাৰত ৰাভাদেৱৰ গীতত নৃত্য পৰিৱেশন

18 April, 2023 যোৰহাটৰ ছ্যুকাফা সমন্বয় ক্ষেত্ৰৰ সাত বিহুতলীৰ আজিৰ সাংস্কৃতিক অনুষ্ঠানত  #চন্দ্ৰকলা ক নিমন্ত্ৰণ জনোৱাৰ বা...
18/04/2023

18 April, 2023
যোৰহাটৰ ছ্যুকাফা সমন্বয় ক্ষেত্ৰৰ সাত বিহুতলীৰ আজিৰ সাংস্কৃতিক অনুষ্ঠানত #চন্দ্ৰকলা ক নিমন্ত্ৰণ জনোৱাৰ বাবে আমাৰ কেইগৰাকীমান ছাত্ৰীয়ে এটি নৃত্যানুষ্ঠান পৰিৱেশন কৰে।

 #নৃত্যাৰ্ঘ্য_২০২৩ চন্দ্ৰকলাৰ ত্ৰয়োদশ বাৰ্ষিক নৃত্যানুষ্ঠানটিলৈ সকলোকে সাদৰৰে নিমন্ত্ৰণ জনালোঁ.... 🙏
07/04/2023

#নৃত্যাৰ্ঘ্য_২০২৩
চন্দ্ৰকলাৰ ত্ৰয়োদশ বাৰ্ষিক নৃত্যানুষ্ঠানটিলৈ সকলোকে সাদৰৰে নিমন্ত্ৰণ জনালোঁ.... 🙏

12th February, 2023 (Prectical Exam)  2022-2023 Chandrakala Jorhat Assam Exam Conducted by Suro Bharati Sangeet Kala Ken...
28/02/2023

12th February, 2023 (Prectical Exam)
2022-2023
Chandrakala Jorhat Assam
Exam Conducted by Suro Bharati Sangeet Kala Kendra, West Bengal
পশ্চিমবংগৰ সুৰভাৰতী সংগীত কলাকেন্দ্ৰৰ অধীনত এইবৰ্ষত #চন্দ্ৰকলাৰ ভাৰত নাট্যম, কথক নৃত্য আৰু সৃষ্টিশীল নৃত্যৰ পৰীক্ষাত ১৪৯ গৰাকী পৰীক্ষাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হয়। পশ্চিমবংগৰ পৰীক্ষা বৰ্ডৰ পৰা পৰীক্ষক হিচাপে পঠিয়াই বিশিষ্ঠ নৃত্যগুৰু #ৰুমা_ভট্টাচাৰ্য্য বাইদেউক।

  সৰস্বতী পূজাৰ স্থলীত ছাত্ৰ ছাত্ৰী আৰু অভিভাৱক সকলৰ মাজত অনুষ্ঠিত মনোৰঞ্জন মূলক বিভিন্ন খেলধেমালিৰ পুৰস্কাৰ বিতৰণ
26/01/2023


সৰস্বতী পূজাৰ স্থলীত ছাত্ৰ ছাত্ৰী আৰু অভিভাৱক সকলৰ মাজত অনুষ্ঠিত মনোৰঞ্জন মূলক বিভিন্ন খেলধেমালিৰ পুৰস্কাৰ বিতৰণ

চন্দ্ৰকলাৰ সৰস্বতী পূজা ২০২৩
26/01/2023

চন্দ্ৰকলাৰ সৰস্বতী পূজা ২০২৩

নিমন্ত্ৰণ জনালোঁ 🙏
24/01/2023

নিমন্ত্ৰণ জনালোঁ 🙏

Address

Jorhat
785001

Telephone

+919854356313

Website

Alerts

Be the first to know and let us send you an email when চন্দ্ৰকলা Chandrakala posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to চন্দ্ৰকলা Chandrakala:

Shortcuts

Share

Category