Kaliabor Bodybuilders & Fitness Association

Kaliabor Bodybuilders & Fitness Association KALIABOR BODY BUILDERS AND FITNESS ASSOCIATION
AFFILIATED TO : ALL ASSAM BODY BUILDERS AND FITNESS A

Mr kaliabor 2023
21/02/2023

Mr kaliabor 2023

16/02/2023
11/02/2023

আমি আপোনালোকক জনাব বিচাৰিছোঁ যে কলিয়াবৰত বহুতো ভুৱা জিম চেন্টাৰ গঢ়লৈ উঠাৰ লগতে বহুতো ভুৱা জিম ট্ৰেইনাৰে নিজেই কিছুমান জিম চেন্টাৰ খুলি নানান লোভনীয় অফাৰ দি মানুহক আকৰ্ষিত কৰি লোকসকলক ভুল প্ৰশিক্ষণ দি মানুহৰ জীৱনৰ লগত খেল খেলি আছে আৰু এই প্ৰশিক্ষক সকল কোনো জিমৰ লগত জড়িত নাই আৰু এই প্ৰতিষ্ঠানসমুহ কোনো অসম বডী বিল্ডিং সন্থাৰ লগত ও জড়িত নহয়। আমি "কলিয়াবৰ বডী বিল্ডিং সন্থাৰ" ফালৰ পৰা কলিয়াবৰ ৰাইজক এইবোৰ ভুৱা প্ৰতিষ্ঠাৰ পৰা বাচি থাকিবলৈ অনুৰোধ জনোৱা হ'ল।

ধন্যবাদৰে
কলিয়াবৰ বডী বিল্ডিং সন্থা

Kaliabor Bodybuilders & Fitness Association ABBF

09/12/2022

13 th WORLD BODYBUILDING AND PHYSIQUE SPORTS CHAMPIONSHIPS 2022 6-12th DECEMBER 2022 @ Central Phuket 9 Dec.2022 (Prejudge)

Address

Jakhalabandha
782143

Website

Alerts

Be the first to know and let us send you an email when Kaliabor Bodybuilders & Fitness Association posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share