পালিগুৰি আদৰ্শ গাঁও

পালিগুৰি আদৰ্শ গাঁও People of this village are living in very peaceful manner. This village having very proud history. Agriculture is the main profession of this village.

Still this village is waiting for Industrial development. Local Service

07/05/2026

দুখৰ খৱৰ : জাগীৰোডৰ অতিকৈ পুৰণি চিকিৎসক ডা০ ভোগেশ্বৰ ঠাকুৰীয়াদেৱৰ যোৱাকালি পৰলোকপ্ৰাপ্তি হয়।
ঔম শান্তি 🙏

07/05/2026

অশেষ ধন্যবাদ, কৃতজ্ঞতা 🙏🏻

জাগীৰোড সমষ্টিৰ সন্মানীয় ৰাইজ, আপোনালোকক পুনৰবাৰ সেৱা কৰিবলৈ সুযোগ প্ৰদান কৰা বাবে মই সকলোকে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। বিগত সময়ছোৱাত আপোনালোকৰ পৰা লাভ কৰি অহা অভূতপূৰ্ব মৰম, সমৰ্থন, আস্থা, বিশ্বাসৰ বাবে মই চিৰকৃতজ্ঞ হৈ থাকিম। আজিৰ এই জয় অকল মোৰেই নহয়, এয়া হৈছে ৰাইজৰ জয়, আমি একেলগে দেখা সপোনৰ জয়।

আপোনালোকে গভীৰ আস্থা, বিশ্বাসেৰে মোক যি দায়িত্ব অৰ্পণ কৰিছে, তাৰ মর্যাদা ৰাখিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। সমষ্টিৰ উন্নয়ন, জনসেৱাৰ পথত সদায় আগবঢ়ি যাবলৈ মই সংকল্পবদ্ধ। আমি সকলোৱে মিলি জাগীৰোডক জাকত জিলিকা সমষ্টিৰূপে গঢ়ি তোলাৰ লগতে এখন সুৰক্ষিত, বিকশিত অসম নিৰ্মাণৰ বাবে প্ৰয়াস কৰি যাম। আপোনালোকৰ বিশ্বাসেই মোৰ শক্তি, আৰু সেই বিশ্বাস ৰক্ষা কৰাটো মোৰ প্ৰধান দায়িত্ব।

এই সময়ছোৱাত আমাক সহায়, সহযোগ, বিভিন্ন দিহা-পৰামৰ্শৰে সমৃদ্ধ কৰা বিজেপি তথা মিত্ৰজোঁটৰ সমূহ কাৰ্যকৰ্তা, শুভাকাংক্ষীসহ প্ৰতিগৰাকী ব্যক্তিলৈ পুনৰবাৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। 🙏🏻

ভাৰত মাতা কী জয় 🇮🇳
ভাৰতীয় জনতা পাৰ্টি জিন্দাবাদ 🪷

26/03/2026

26/03/2026

𝐎𝐮𝐫 𝐒𝐭𝐮𝐝𝐞𝐧𝐭, 𝐎𝐮𝐫 𝐏𝐫𝐢𝐝𝐞!

The Department of Physics, Royal School of Applied and Pure Sciences (RSAPS) extends its heartiest congratulations to 𝐌𝐫. 𝐒𝐮𝐫𝐚𝐣𝐢𝐭 𝐒𝐚𝐫𝐤𝐚𝐫, 𝐌.𝐒𝐜. 𝐏𝐡𝐲𝐬𝐢𝐜𝐬, for successfully qualifying the 𝐆𝐀𝐓𝐄 𝟐𝟎𝟐𝟔 Examination with an impressive AIR-3907.

Your hard work, perseverance, and dedication have truly paid off. We are proud of your achievement and confident that you will continue to reach greater heights in the future.

Wishing you continued success and many more accomplishments ahead! 🌟

26/01/2026

জাগীৰোডৰ নেলী মকৰীয়াত শোকাৱহ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত থিতাতে নিহত গাজিবুৰ ৰহমান নামৰ এজন যুৱক। ভুল দিশেৰে অহা এখন ডাম্পাৰে মহটিয়াই নিয়ে গাজিবুৰক।

। ।

31/12/2025
17/11/2025
05/08/2025

উন্নত মানদণ্ডৰ Concrte ৰ কুৱা ৰিং, Fencing Pillar, ডালাই খিৰকি, দৰ্জা চৌকাঠ, পানী ফিল্টাৰ, Toilet Slab আদি সামগ্ৰী যোগান ধৰা হয়। যোগাযোগ- ☎️ 9707268672

Address

Paliguri
Jagiroad
782410

Website

Alerts

Be the first to know and let us send you an email when পালিগুৰি আদৰ্শ গাঁও posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share