RRM Civil Service

Directions

RRM Civil Service Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from RRM Civil Service, Sport & recreation, hojai, Hojai.

মই মোৰ সকলো বন্ধু বান্ধবীৰ ওপৰত নিৰ্ভৰ কৰি এই পেইজটো খুলিছোঁ।আৰু আপোনালোকৰ প্ৰাৰ্থনা ওঁ আশীৰ্বাদ বিচাৰিছো যে মই এই পেইজটোলৈ আগবাঢ়ি যাব পাৰোঁ। আৰু আপোনালোক আগবাঢ়ি যাওঁক মোৰ আশীৰ্বাদ থাকিল।

03/11/2026

😭🚨 বি এছ এফ জোৱানক আক্ৰমণ কৰা প্ৰতিজন ব্যক্তিক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে😭😭

03/11/2026

😂 পঁইতাচোৰাৰ উৎপাত আৰু সহ্য কৰিব নোৱাৰা হ'লোঁ! অৱশেষত এটা ডাঙৰ সিদ্ধান্ত ল'বলৈ বাধ্য হ'লোঁ। 🤣

03/11/2026

🚨 ভাৰতীয় সেনাবাহিনীৰ মাজত ভয়ংকৰ সংঘৰ্ষ!
হঠাৎ সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিয়ে সকলোকে আচৰিত কৰি তুলিছে। ঘটনাটোক লৈ ইতিমধ্যে চৰ্চা আৰম্ভ হৈছে। প্ৰকৃত ঘটনা জানিবলৈ ভিডিঅ'টো শেষলৈকে চাওক।

02/11/2026

উচ্ছেদ অভিযানলৈ যাওঁতে ভয়ংকৰ পথ দুৰ্ঘটনা!
উচ্ছেদ অভিযানলৈ যাওঁতে অসম আৰক্ষীৰ এখন গাড়ী দুৰ্ঘটনাগ্ৰস্ত হৈছে। এই দুৰ্ঘটনাত কেইবাজনো আৰক্ষীৰ লোক আহত হৈছে আৰু তেওঁলোকক চিকিৎসাৰ বাবে হাস্পতালত ভৰ্তি কৰোৱা হৈছে বুলি জানিব পৰা গৈছে।
🙏 আহত আৰক্ষীৰ লোকসকলৰ আশু আৰোগ্য কামনা কৰিলোঁ।
#উচ্ছেদঅভিযান

02/11/2026

Challange everyone 🤣🤣🤣🤣🤣🤣
01/11/2026

Challange everyone
🤣🤣🤣🤣🤣🤣

31/10/2026

30/10/2026

🤣majik cricket match 🤣

Address

Hojai
Hojai
782428

Website

Alerts

Be the first to know and let us send you an email when RRM Civil Service posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Nearby gyms & sports facilities