22/02/2026
#আপুনি আপোনাৰ সন্তানক কাৰাটে শিকাব বিচাৰে নেকি?
#আপোনাৰ সন্তানক আত্মবিশ্বাসী আৰু শক্তিশালী কৰি তুলিব বিচাৰে নেকি?
👉 যদি বিচাৰে
ৰেষ্ট কেম্প কাৰাটে ক্লাবত
আজিয়েই যোগদান কৰিব পাৰে।
📍 মা কালী ক্লাব
দুৰ্গা মন্দিৰৰ ওচৰত
✅ ল’ৰা আৰু ছোৱালীৰ বাবে কাৰাটে প্ৰশিক্ষণ
✅ জিলা,ৰাজ্যিক, উত্তৰপূব, ৰাষ্ট্ৰীয়(ষ্টাইল ফেডাৰেচনৰ) অথবা আন্ত ৰাষ্ট্ৰীয় প্ৰতিযোগিতা আৰু প্ৰশিক্ষণ শিবিৰত যোগদান কৰিব পৰা যোগ্যতা
✅ আত্মৰক্ষা শিক্ষা
✅ শাৰীৰিক সক্ষমতা আৰু শৃংখলা বিকাশ
✅ আত্মবিশ্বাস আৰু মনোযোগ বৃদ্ধি
✅ নবীন শিক্ষাৰ্থীসকলক আদৰণি
🏅বেল্টৰ পৰীক্ষা আৰু প্ৰতিযোগিতাৰ সুবিধা🥋
নতুন বেটছৰ বাবে নামভৰ্তি চলি আছে
⏰ সীমিত আসন উপলব্ধ
📞 যোগাযোগ কৰক:
+919401083010
⭐ “আজিৰ প্ৰশিক্ষণেই কাইলৈৰ শক্তি।”