North East Aashirvad Foundation

North East Aashirvad Foundation A Socio Cultural Organisation.

Artist Group of NEAF performed at Vivanta on 17th June.
30/06/2025

Artist Group of NEAF performed at Vivanta on 17th June.

30/10/2023

# ANNOUNCEMENT # # #
SEACC 2023 # # # #
নৰ্থ-ইষ্ট আশীৰ্বাদ ফাউণ্ডেচন (North East Ashirbad Foundation)এ বিগত বৰ্ষত আপোনাসৱৰ অকৃত্ৰিম সহায়-সহযোগিতা আৰু বদন্যতাত 'প্ৰথম দক্ষিণ-পূৱ এছিয়া সাংস্কৃতিক সন্মিলন' (South-East Asian Cultural Confluence) আয়োজন সম্পন্ন হৈছিল।
বিগত বৰ্ষৰ মধুৰ স্মৃতি ৰোমন্থন কৰি আপোনালোকৰ অমূল‍্য সহায়-সহযোগিতাক সম্পদ ৰূপে লৈ বুকুত সাহ বান্ধি ভাৰত, বাংলাদেশ, থাইলেণ্ড, নেপাল, ভূটান, ভিয়েটনাম, ইণ্ডোনেছিয়া আৰু লাউচৰ অংশগ্ৰহণেৰে এই বৰ্ষৰে ডিচেম্বৰ মাহৰ ৯ আৰু ১০ তাৰিখে 'দ্বিতীয় দক্ষিণ-পূৱ এছিয়া সাংস্কৃতিক সন্মিলন' অনুষ্ঠিত কৰিবলৈ মনস্থ কৰা হৈছে।
সেয়ে সুহৃদ আপোনাসৱক আপোনালোকৰ বহু মূল্যবান পৰামৰ্শ আৰু সহযোগিতা আগবঢ়াই কৃতাৰ্থ কৰিব বুলি আশা কৰিলো ।

A proud moment for all. We heartily congratulate Jina Rajkumari, principal of Borluit Kala Kristi Bikash Kendra for bein...
19/06/2023

A proud moment for all.
We heartily congratulate Jina Rajkumari, principal of Borluit Kala Kristi Bikash Kendra for being selected for the Senior Fellowship which takes place under the Department of Culture, Govt. of India. This is conducted by the Centre for Cultural Resources and Training - CCRT, New Delhi. The Senior Fellowship is awarded to a person for an Outstanding contribution in the Fields of Culture. Jina Rajkumari is selected in the category of " Folk/Traditional And Indigenous Art".

15/06/2023

ৰাভা দিবসৰ বাবে বি়শেষ শ্ৰেণীৰ আয়োজন কৰা হৈছে | নৃত্যশিল্পী ময়ুৰী দত্তৰ বিশেষ শ্ৰেণীসমূহ চলি আছে | ইচ্ছুক সকলে অংশগ্ৰহন কৰিব পাৰে |

# # # # বৰলুইতৰ নতুন শ্ৰেণীসমূহ অহা জুলাই মাহৰ পৰা আৰম্ভ হব। নাম ভৰ্তিৰ বাবে যোগাযোগ কৰিব পাৰে 8638894824 # # # #

অনাবিল সন্তুষ্টিআমাৰ লোকনৃত‍্যৰ বিদ‍্যালয়খনে ত্ৰয়োদশ বৰ্ষ অতিক্ৰম কৰিলে। বিদ‍্যালয়খনৰ শিক্ষাৰ্থীসকলে দেশে-বিদেশে সুখ‍্যা...
30/05/2023

অনাবিল সন্তুষ্টি
আমাৰ লোকনৃত‍্যৰ বিদ‍্যালয়খনে ত্ৰয়োদশ বৰ্ষ অতিক্ৰম কৰিলে। বিদ‍্যালয়খনৰ শিক্ষাৰ্থীসকলে দেশে-বিদেশে সুখ‍্যাতিৰে অনুষ্ঠান পৰিৱেশন কৰাৰ লগতে সুখ‍্যাতিৰে বিশ্ববিদ‍্যালয়ৰ পৰা উত্তীৰ্ণও হৈছে । ২০২২-২০২৩ বৰ্ষত ভাৰত চৰকাৰৰ সাংস্কৃতিকক মন্ত্ৰণালয়ৰ অধীনস্থ Centre for Cutural Resource and Training (CCRT)ৰ পৰা সাংস্কৃতিক প্ৰতিভা শীৰ্ষক জলপানী লাভ কৰিছে – ৰিয়াৰাণী দত্ত, নিতুমণি কলিতাই (লোকনৃত‍্য) আৰু চেংবান বৰুৱাই (ঢোল বাদ‍্য)।
আমাৰ বিদ‍্যালয়লৈ গৌৰৱ কঢ়িয়াই অনা তিনিও শিক্ষাৰ্থীক লৈ আমি গৌৰৱান্বিত।

Classes going on.. Sunday 4pm to 6pm.Guided by Guru Jina Rajkumari and supported by Asom Bihuoti Nivamoni Baruah. Do joi...
28/05/2023

Classes going on.. Sunday 4pm to 6pm.
Guided by Guru Jina Rajkumari and supported by Asom Bihuoti Nivamoni Baruah. Do join us.

আমাৰ লোকনাচৰ শ্ৰেণীসমূহ পূণৰ আৰম্ভ হল | জীনা ৰাজকুমাৰী আৰু নিভামণি বৰুবাৰ তত্বাবধানতাত অনুষ্ঠিত শ্ৰেণীসমূহ দেওবাৰে ৩ বজা...
23/04/2023

আমাৰ লোকনাচৰ শ্ৰেণীসমূহ পূণৰ আৰম্ভ হল | জীনা ৰাজকুমাৰী আৰু নিভামণি বৰুবাৰ তত্বাবধানতাত অনুষ্ঠিত শ্ৰেণীসমূহ দেওবাৰে ৩ বজাৰ পৰা হয় |

'ইগাবাছি'হেঁপাহৰ গীত এটি আপোনালোকলৈ বুলি। দেউৰীসকলৰ এটি বিহু নাম আপোনালোকৰ আশীৰ্বাদ বিচাৰি সযত্নে আগবঢ়াবা হল।Like আৰু শ্...
28/03/2023

'ইগাবাছি'
হেঁপাহৰ গীত এটি আপোনালোকলৈ বুলি। দেউৰীসকলৰ এটি বিহু নাম আপোনালোকৰ আশীৰ্বাদ বিচাৰি সযত্নে আগবঢ়াবা হল।
Like আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।

EGABASHI A DEURI BISHU SONGSINGER-- JINA RAJKUMARI AND INDIAN DEURIMUSIC AND MIX -- MOUSAM BORAH (DI-CHIMES)LYRICS AND TUNE COLLECTION -- INDIAN DEURIVIDEO D...

Address

Guwahati
781021

Opening Hours

3:30am - 5pm

Telephone

+918638894824

Website

Alerts

Be the first to know and let us send you an email when North East Aashirvad Foundation posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share