ASSAM MIXED Netball Association

ASSAM MIXED Netball Association Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from ASSAM MIXED Netball Association, Sports Team, Goreswar.

23/05/2026
23/05/2026
23/05/2026
23/05/2026

ভাৰতীয় জনতা পাৰ্টিৰ মাননীয় ৰাষ্ট্ৰীয় সভাপতি শ্ৰীযুত নীতিন নবীন ডাঙৰীয়ালৈ জন্মদিনৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। নিষ্ঠা, পৰিশ্ৰম আৰু সংগঠনৰ প্ৰতি তেখেতৰ উছৰ্গিত নেতৃত্বই আজি লাখ লাখ কার্যকৰ্তাৰ বাবে প্ৰেৰণাৰ উৎস হৈ পৰিছে।
মা কামাখ্যা আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ওচৰত তেখেতৰ সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু জীৱন কামনা কৰিলোঁ।

Heartfelt birthday greetings to Hon’ble National President of BJP, Shri Nitin Nabin. His dedicated leadership and tireless service to the organization inspire lakhs of karyakartas across the nation.
Praying to Maa Kamakhya and Mahapurush Srimanta Sankardev for his good health, happiness, and long life.

Nitin Nabin

22/05/2026

ভাৰতীয় জনতা পাৰ্টিৰ যুৱ কাৰ্যকৰ্তা জয়দ্বীপ নাথৰ পৰম পূজনীয় পিতৃ গিৰেণ চন্দ্ৰ নাথ ডাঙৰীয়াৰ বিয়োগ সংবাদত অতিকৈ মৰ্মাহত হৈছোঁ।
তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ।

🙏 ঔঁম শান্তি 🙏

📍গাঁওঃ জাজিকোণা

22/05/2026

ভাৰতীয় জনতা পাৰ্টিৰ সক্ৰিয় কাৰ্যকৰ্তা বাবুল কলিতাৰ পুত্ৰ ভাস্কৰ কলিতাৰ অকাল বিয়োগৰ খবৰ পাই অতিকৈ মৰ্মাহত হৈছোঁ।
তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ।

🙏 ঔঁম শান্তি 🙏

📍গাঁওঃ দেউদুৱাৰ

06/05/2023

Address

Goreswar
781366

Telephone

+918724894340

Website

Alerts

Be the first to know and let us send you an email when ASSAM MIXED Netball Association posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category